আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 7, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  

Horoscope Today

   

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২২ আহাৰ, ৰবিবাৰ, ইং ৭ জুলাই'' ২০২৪ । ( Horoscope Today )

১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব,হাতলৈ ধন ধান আহিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ বা লগ বন্ধুৰ আগমন হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা ধন সম্পত্তি বাঢ়িব, ভ্ৰমণৰ সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনৰ পৰা দুখ ভাগত আতৰিব , লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যান বাহনৰ পৰা সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, লগতে আজি আপুনি কৌশলেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত  মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, যদিও আজি আপোনাৰ সন্মান হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি কৰ্মত সজাগ নহ'লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, শিক্ষক সকলৰ কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক দিশত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ মনটো উদাসীন হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হ'ব, মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সুখ শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায়িক ভাৱে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মত সন্মান লাভ কৰিব , সম্পত্তি লাভ কৰিব , লগতে আজি আপুনি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন পৰিকল্পনা কৰিবলৈ সুযোগ লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages