আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 19, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


   

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৩ শাওণ, শুক্ৰ বাৰ, ইং ১৯ জুলাই' ২০২৪ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত আনল পৰা মৰম উপহাৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব,মনৰ আশা পূৰণ হ'ব যদিও আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সামান্য বাধা আহিব পাৰে, যদিও আজি আপুনি শুভ সংবাদ লাভ কৰিব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি সজাগ নহ'লে ৰক্তচাপ জনিত ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে।( Horoscope Today )


Horoscope today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি,শিক্ষক সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলে কৃতকাৰ্যতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যদিও আজি আপুনি মাতৃৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে,সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে চিকিৎসাৰ ক্ষেত্ৰত সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব,প্ৰেম আনন্দ বাঢ়িব লগতে আজি আপোনাৰ কৰ্মত হোৱাৰ যোগ দেখা যায়।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages