আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 18, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

      

Horoscope Today

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

২ শাওণ, বৃহস্পতিবাৰ, ইং ১৮ জুলাই',২০২৪  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, গীত -মাতৰ মাজতে নিজকে ব্যস্ততা কৰি ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, ধন সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, মনত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব,বিবাহিত ব্যক্তি সকলৰ আজি পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি সন্তানৰ পৰা আনন্দ লাভ কৰাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ঋণ আদায় কৰিবলৈ সুযোগ লাভ কৰিব, মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি ছোৱালী সকলৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা সামান্য পৰিবৰ্তন হ'ব পাৰে, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ নতুন প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় কৰিবলৈ মনটো আগ্ৰহী হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।



৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল শিক্ষক আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলে দেহ মনত সামান্য আঘাট পাবলগীয়া হ'ব পাৰে,মনৰ আশা সামান্য ভংগ হোৱাৰ যোগ দেখা যায়।



১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ লিখা পঢ়াত মনোযোগ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।



১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত উপাৰ্জন বাঢ়িব পাৰে, মনৰ পৰা পুৰণ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।



১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "



আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো। ( Horoscope Today )



         -: *জ্যোতিষী* :-



 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


No comments:

Post a Comment

Advertisement

Pages