আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 15, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৩০ আহাৰ, সোমবাৰ, ইং ১৫ জুলাই' ২০২৪ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছোৱালী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে লগতে আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত অলপ সজাগ হোৱাটো ভাল হ'ব, মনটো সামান্য অস্থিৰ হ'ব পাৰে লগতে আজি আপুনি যিকোনো চুক্তি কৰাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, নৃত্য শিল্পী আৰু সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোচ বিহীন মনোভাৱৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধনৰ আগমন হ'ব, কৰ্মক্ষেত্ৰত সুন্দৰ পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনৰ পৰা অহংকাৰী মনোভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিটো ভাল হ'ব। ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ব্যৱসায় বানিজ্যৰ দিশত উন্নতি হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে আৰ্থিক দিশত সামান্য ব্যয় বাঢ়িব পাৰে।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত ভয় আৰু উদ্বেগ ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  চিকিৎসাৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব, শিক্ষক সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত কষ্ট দিৱ পৰা খৱৰ লাভ কৰিব পৰা পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত সামান্য সমস্যাৰ সৃষ্টি  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত যান বাহনৰ পৰা সুখ লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ দিশত সজাগ হোৱাটো ভাল হ'ব।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages