আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 27, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

    Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

  ১০ পুহ , বুধবাৰ  ইং ২৭  ডিচেম্বৰ ২০২৩ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত শুভ কৰ্ম কৰিবলৈ মনতো আগ্ৰহী হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য সন্মুখীন হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সামান্য আত্মগ্লানি ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ঘৰুৱা দিশত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব পাৰিব, কৰ্ম দক্ষতা বৃদ্ধি পাৱ, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায় বানিজ্য সফলতা লাভ কৰিব, লগতে আজি আপুনি কৰ্মত সকলো দিশতে কৃতকাৰ্যতা কৰিব লগতে আজি বিশেষকৈ উকীল সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, আৰ্থিক দিশটো টনকিয়াল হ'ব, যদিও আজি আপুনি অলপ সংমমী হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত শুভ হ'ব, সন্মান বাঢ়িব, কৰবাত পাৱলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ সুখ লাভ কৰিব, যদিও আজি আপুনি বন্ধুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব , লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  শুভ কৰ্ম আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য  খংঙ আৰু ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, মনত সুখ শান্তি বাঢ়িব, আনৰ পৰা সন্মান লাভ কৰিব , লগতে আজি আপোনাৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages