আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 25, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

    Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

৮ পুহ , সোমবাৰ ইং ২৫  ডিচেম্বৰ ২০২৩ ।    ( Horoscope Today )

 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা আহিব , কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ সৌভাগ্য উদয় হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত সফল ভ্ৰমণ হ'ব, সঞ্চয় বাঢ়িব, যদিও আজি আপুনি কোনো কথাতে বিচলিত নহব, মনতো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। 


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, আপোনাৰো মনত সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে, কৰ্মত সজাগ নহ'লে সামান্য বিপদৰ সন্মুখীন হব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বৃদ্ধি হ'ব, মনত সামান্য বিদ্বেষ ভাৱ সৃষ্টি হ'ব পাৰে, যদিও আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা আহিব , ঘৰুৱা কৰ্মত সফলতা আহিব, ঘৰৰ উন্নয়নমূলক কৰ্মত ব্যস্ততা হ'ব পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত জ্ঞান আহৰণৰ কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলৰ সফলতা আহিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য অশান্তি বাঢ়ি পাৰে,  মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে , লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সংগীত আৰু সাংস্কৃতিক  দিশত শুভ হ'ব, কৰ্মত সফলতা আহিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ বিশ্বাসী  হ'ব পাৰিব,  উকীল সকল সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাতে আপোনাৰ মনত  সামান্য খংঙ ভাৱৰ সৃষ্টি হোৱা দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, কৰ্মত সন্মান লাভ কৰিব, সাহিত্যক সকলৰ সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সংমমী হ'ব,  লগতে আজি আপুনি সজাগ নহ'লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সামান্য খেলিমেলি সৃষ্টি হোৱাৰ যোগ দেখা যায়।

( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages