আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 23, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

৬ পুহ , শনিবাৰ ইং ২৩ ডিচেম্বৰ ২০২৩ ।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  উৎসৱ পাৰ্বনত নিজকে জড়িত কৰি ৰাখিবলৈ সুযোগ লাভ কৰিব, কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ধন ধান ক্ষয় হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি সজাগ কৰ্মী সকলে ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হব, পাৰিবাৰিক দিশত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত নিবনুৱা সকলে নতুন কৰ্মৰ সন্ধান লাভ কৰিব, কৰ্মত নতুন সুযোগ লাভ কৰিব, সামাজিক ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য বা বন্ধু হানী হ'ব পাৰে।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, সঞ্চয় বাঢ়িব, লগতে আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, যদিও আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ'লে সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগে কষ্ট দিব পাৰে।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব যদিও সমাজত কৰ্মী সকলৰ সামাজিক ব্যস্ততা বাঢ়িব, হাতলৈ ধন ধান আহিব,  লগতে আজি আপোনাৰ হঠাত প্ৰাপ্তিৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ লাভ কৰিব পাৰে, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সৰু কথাই মনটো চিন্তিত কৰিব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হব নহ'লে সামান্য ভুল হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব, ভ্ৰমণত শুভ হ'ব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages