আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 4, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

১৬ আহিন , বুধবাৰ ইং ৪ অক্টোবৰ ২০২৩ । ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, ব্যৱসায় বানিজ্য ক্ষেত্ৰত শুভ হ'ব, আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপোনাৰ মনৰ পৰা খঙ আৰু অভিমান পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ'লে আপোনাৰ ক্ষতি হব পাৰে।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে, মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনত আত্মগ্লানী ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপুনি নতুন বস্ত্ৰ লাত কৰাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত সামান্য মানসিক ক্লেষ ভাৱ বাঢ়িব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ'লে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰতিভাৰ বিকাশ সুযোগ সুবিধা লাভ কৰিব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে  সৰু সৰু কথাই আপোনাৰ মনটো চিন্তিত কৰিব পাৰে।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জয় লাভ কৰিব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আজি আপোনাৰ মনটো সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে লগতে আজি আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ৰোগ আৰোগ্য হ'ব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব পাৰে, পুৰণি সমস্যাৰ সমাধান হ'ব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages