আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 30, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

     Horoscope Today

 

  ১১ ভাদ , বুধবাৰ ইং ৩০ আগষ্ট ২০২৩ ।    ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ আৰ্থিক দিশটো শুভ  হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত ঘৰুৱা কৰ্মত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি লাভ  হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, সৰু-সুৰা ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপোনাৰ মনৰ পৰা নিৰাশাৰ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, প্ৰেমৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব,মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে আন ব্যক্তিৰ দ্বাৰা  সামান্য কষ্ট পাৱলগীয়া  হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ধন সম্পত্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত  প্ৰেমত শুভ হ'ব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য উদ্বিগ্ন তাৰ সৃষ্টি কৰাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, মনত আনন্দ বাঢ়িব, লগতে আজি বিবাহ ব্যক্তি সকলে সন্তানৰ সুখ লাভ কৰাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত  প্ৰেমত সহাৰি লাভ কৰিব, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি সামাজিক কৰ্মত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হোৱাৰ  যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages