আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 28, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১১ ভাদ , মঙ্গলবাৰ ইং ২৯ আগষ্ট ২০২৩ ।   ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৫/৪/২৩ *সূৰ্য্যাস্ত* ঘ:- ৫/৪৩/৫৯

*ৰাশি:-*  মকৰ ৰাশি ।

*তিথি :-* শুক্লা ত্ৰয়োদশী । ঘ:- ১২/৩৮/৬ লৈ। 

*নক্ষত্ৰ :-* শ্ৰৱণা । ঘ:- ১১/২২/২৯  লৈ।

*শুভ সংখ্যা:-* ৯/৬ 

*শুভ ৰং:-* ৰঙা / সোনালী।

*আদ্যঋতু হলে :-* সুভগা যোগ। 

*মৰণত দোষ*:- এপদ।

*যাত্ৰা:-* দক্ষিণ দিশত নাই।ঘ:- ১২/৩৮/৬  যোৱাত পশ্চিম দিশত নাই।

*যোগিনী* :- দক্ষিণ দিশত।ঘ:- ১২/৩৮/৬  যোৱাত পশ্চিম দিশত।

*ভক্ষাভক্ষ্য* :- বেঙেনা  খোৱা নিষেধ,  ঘ:- ১২/৩৮/৬ যোৱাত মাটিমাহ খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  ব্যস্ততাৰ মাজেৰে আজিৰ দিনটোত পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব যদিও আজি সাহিত্যক সকলৰ সাহিত্যৰ সেৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি মনৰ পৰা নিৰাখাৰ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ঘৰুৱা সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত মান সন্মান বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব লগতে লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত মানৰ    হোৱাৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত  সম্পত্তি ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, প্ৰেমত শুভ হ'ব ব্যৱসায় বানিজ্য ক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত জটিলতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব যদিও আজি আপোনাৰ মনত নতুন নতুন আশাৰ সঞ্চাৰ হ হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, আজি আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ বিশ্বাসী হ'ব পাৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ আৰু সাৱধান হোৱাটো ভাল হ'ব লগতে আজি খেতিয়ক সকলে সজাগ নহ'লে সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায় 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী আৰু ৰাজনৈতিক ব্যক্তি সকলে ৰাজহুৱা কৰ্মত জড়িত হ'বলৈ সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ পৰা পুৰণি চিন্তা দূৰ কৰিবলৈ সক্ষম হোৱাৰ  যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages