আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 24, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৬ ভাদ , বৃহস্পতি বাৰ ইং ২৪ আগষ্ট ২০২৩ ।   ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/২/৮ *সূৰ্য্যাস্ত* ঘ:- ৫/৪৯/২০

*ৰাশি:-*  বৃশ্চিক ৰাশি।

*তিথি :-* শুক্লা অষ্টমী ।ৰা:ঘ:- ৯/৩০/৫২ লৈ। 

*নক্ষত্ৰ :-* অনুৰাধা । শে:ৰা:ঘ:- ৪/৫৭/১৪   লৈ।

*শুভ সংখ্যা:-* ৩/৫

*শুভ ৰং:-* ৰঙা / হালধীয়া।

*আদ্যঋতু হলে :-* পতিহীনা যোগ। 

*মৰণত দোষ*:- নাই।

*যাত্ৰা:-* ঈশান কোনত নাই।ৰা:ঘ:- ৯/৩০/৫২  যোৱাত পূৱ দিশত নাই।

*যোগিনী* :- ঈশান কোনত ।ৰা:ঘ:- ৯/৩০/৫২  যোৱাত পূৱ দিশত ।

*ভক্ষাভক্ষ্য* :- নাৰিকল খোৱা নিষেধ, ৰা:ঘ:- ৯/৩/৫২   যোৱাত লাও খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত মানসিক প্ৰশান্তি লাভ কৰিব, ভাতৃ স্থানীয় ব্যক্তিৰ পৰা কৰ্মত সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত  ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, মনত ভক্তি ভাৱ বাঢ়িব লগতে আজি আপোনাৰ ধৰ্মীয় কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে, নতুন নতুন দ্বায়িত্ব লাভ কৰি পাৰে, ভ্ৰমণত সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধৰ্মীয় স্থান দৰ্শনৰ সুযোগ সুবিধা লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব,  ঘৰত ধৰ্মীয় কৰ্ম অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মানসিক প্ৰশান্তি লাভ কৰিব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ আনৰ পৰা আদৰ সন্মান লাভ কৰাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, স্বাস্থ্যৰ উন্নতি হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনতো সামান্য চঞ্চল হোৱাৰ   যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, শিক্ষক সকলৰ সুনাম বাঢ়িব, যদিও আজি আপোনাৰ মনত বিৰক্তিৰ ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো সামান্য দুৰ্বল হ'ব পাৰে, সামান্য স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আজি আপুনি আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যৱসায় বানিজ্য ক্ষেত্ৰত শুভ বুলি কব পাৰি, কৰ্মত সন্মান লাভ কৰিব  , লগতে আজি আপুনি আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে, যদিও আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভৰ কৰাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages