আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 23, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৫ ভাদ , বুধবাৰ ইং ২৩ আগষ্ট ২০২৩ ।    ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৫/১/৪২ *সূৰ্য্যাস্ত* ঘ:- ৫/৫০/৭

*ৰাশি:-* তুলা ৰাশি। ৰা:ঘ:- ১০/৫৪/৩৭ যোৱাত বৃশ্চিক ৰাশি।

*তিথি :-* শুক্লা সপ্তমী।ৰা:ঘ:- ১০/৪/৩৭ লৈ। 

*নক্ষত্ৰ :-* বিশাখা । শে:ৰা:ঘ:- ৫/০/৪৪   লৈ।

*শুভ সংখ্যা:-* ২/৪

*শুভ ৰং:-* বগা / সেউজীয়া।

*আদ্যঋতু হলে :-* বেশ্যা যোগ। 

*মৰণত দোষ*:-  ত্ৰিপদ। ৰা:ঘ:- ১০/৪/৩৭ যোৱাত দ্বিপদ, শে:ৰা:ঘ:- ৫/০/৪৪ যোৱাত নাই।

*যাত্ৰা:-* বাযু কোনত নাই।ৰা:ঘ:- ১০/৪/৩৭ যোৱাত ঈশান কোনত নাই।

*যোগিনী* :- বাযু কোনত।ৰা:ঘ:- ১০/৪/৩৭ যোৱাত ঈশান কোনত।

*ভক্ষাভক্ষ্য* :- তাল খোৱা নিষেধ, ৰা:ঘ:- ১০/৪/৩৭   যোৱাত নাৰিকল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সম্পত্তি বাঢ়িব, ধন- ধান বাঢ়িব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব যদিও আজি আপুনি যান বাহন পৰা সাৱধান হোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ অৱনতি হ'ব পাৰে লগতে আজি বিবাহ ব্যক্তি সকলৰ পাৰিবাৰিক দিশটো মধ্যম বুলি কব পাৰি।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি কৰ্মত অপল সাৱধান হৈ আগবাঢ়ি যোৱাটো ভাল হ'ব। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, হাতলৈ ধন ধান আহিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে চিনাকি ব্যক্তিৰ পৰা কৰ্মত সামান্য বাধাৰ সন্মুখীন হব পাৰে।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, লগতে আজি আপুনি কৰ্ম বোৰ সাহসেৰে সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, কৰ্মত সুখ শান্তি বাঢ়িব, ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত শুভ হ'ব লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজ সাহাৰ্য লাভ কৰাৰ যোগ দেখা যায়।   ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত সামান্য নাটনি হোৱাৰ যোগ দেখা যায়। লগতে আজি আপুনি মনোমালিন্য বা বিশ্চেদ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, বিবাহ ব্যক্তি সকলে সন্তানৰ সুখ লাভ কৰিব  যদিও আজি আপোনাৰ মনৰ আশা ভংগ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, লগতে আজি শিল্পী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব, আত্মীয় পৰিয়ালৰ আগমন হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য বিভ্ৰান্তিৰ সৃষ্টি   হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জতিলটা বাঢ়িব পাৰে, লগতে আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি উৎসৱ পাৰ্বনত জড়িত হ'বলৈ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

   ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages