আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 18, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

🙏 *দৈনিক ৰাশি ফল* 🙏


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৩২ শাওন , শুক্ৰবাৰ ইং ১৮ আগষ্ট ২০২৩ ।    ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৫৯/৬ *সূৰ্য্যাস্ত* ঘ:- ৫/৫৩/৩৮

*ৰাশি:-* সিংহ ৰাশি। শে:ৰা:ঘ:- ৪/৪২/১৮ যোৱাত কন্যা ৰাশি।

*তিথি :-* শুক্লা দ্বিতীয়া।স:ঘ:- ৫/৫৮/২  লৈ।

*নক্ষত্ৰ :-* পূৰ্ব্বফাল্গুনী । ৰা:ঘ:- ১০/৮/৩৯   লৈ।

*শুভ সংখ্যা:-* ৬/২

*শুভ ৰং:-* চিত্ৰ বিচিত্ৰ আৰু ধোৱা বৰণৰ।

*আদ্যঋতু হলে :-* কান্তা যোগ। 

*মৰণত দোষ*:- এপদ। আ:ঘ:- ৫/৫৮/২  যোৱাত নাই। ৰা:ঘ:- ১০/৮/৩৯ যোৱাত দ্বিপদ।

*যাত্ৰা:-* উত্তৰ দিশত নাই , আ:ঘ:- ৫/৫৮/২ যোৱাত অগ্নি কোনত নাই। 

*যোগিনী* :- উত্তৰ দিশত , আ:ঘ:- ৫/৫৮/২ যোৱাত অগ্নি কোনত । 

*ভক্ষাভক্ষ্য* :-  তিতা খোৱা নিষেধ, আ:ঘ:- ৫/৫৮/২  যোৱাত পটল খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ  হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ'ব, ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জতিলটা আহিব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে অধিক লাভালাভ হ'ব, বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায় ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পাৰিবাৰিক দিনত শুভ হ'ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰে সকলো দিশতে সফলতা লাভ  হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব, ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ চিন্তা ধাৰাৰ সামান্য পৰিবৰ্তন আহিব পাৰে, কৰ্মত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ   যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দূৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন কাপোৰ লাভ কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে ।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আয় উপাৰ্জন বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages