আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 17, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

🙏 *দৈনিক ৰাশি ফল* 🙏


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৩১ শাওন , বৃহস্পতিবাৰ ইং ১৭আগষ্ট ২০২৩ ।     ( Horoscope Today )


 সূৰ্য্যোদয়* ঘ:- ৪/৫৮/৪০ *সূৰ্য্যাস্ত* ঘ:- ৫/৫৪/২৫

*ৰাশি:-* সিংহ ৰাশি।

*তিথি :-* শুক্লা প্ৰতিপদ।ঘ:- ৪/১/৫১ লৈ।

*নক্ষত্ৰ :-* মঘা । ৰা:ঘ:- ৭/৩৮/৫৬   লৈ।

*শুভ সংখ্যা:-* ৩/৫

*শুভ ৰং:-* হালধীয়া/ সোনালী।

*আদ্যঋতু হলে :-* কান্তা যোগ। 

*মৰণত দোষ*:- নাই। আ:ঘ:- ৪/১/৫১ যোৱাত এপদ।

*যাত্ৰা:-* পূৱ দিশত নাই , আ:ঘ:- ৪/১/৫১ যোৱাত উত্তৰ দিশত নাই। 

*যোগিনী* :- পূৱ দিশত , আ:ঘ:- ৪/১/৫১ যোৱাত উত্তৰ দিশত । 

*ভক্ষাভক্ষ্য* :-  কোমোৰা খোৱা নিষেধ, আ:ঘ:- ৪/১/৫১  যোৱাত তিতা খোৱা নিষেধ।


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য খেলিমেলি হ'ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব ।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব, লগতে আজি আপুনি আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে শুভ হ'ব, কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব, যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব পাৰে, ভ্ৰমণত শুভ হ'ব, লগতে আজি খেতিয়ক সকলৰ লাভ  হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপোনাৰ আৰ্থিক দিশটো মধ্যম  হোৱাৰ  যোগ দেখা যায়।     ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰবাত পাবলগীয়া ধন ঘুৰাই পাৱ পাৰে, ঋণ মুক্ত হ'ব পাৰি , প্ৰেমত শুভ হ'ব, লগতে আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ নতুন কৰ্ম আৰু নতুন নতুন ব্যৱসায়িত দিশত যোগাযোগ কৰিবলৈ সক্ষম  হোৱাৰ  যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ উপকাৰ হোৱা কৰ্ম কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে চিকিৎসাৰ ক্ষেত্ৰত সামান্য খেলিমেলি হ'ব পাৰে লগতে আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ মনতো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, উৎসাহ পাৰ্বনত নিজকে জড়িত কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত শুভ  হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

    ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages