আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 9, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

    Horoscope Today

 

  ২৩ শাওন , বুধবাৰ ইং ৯ আগষ্ট ২০২৩ ।   ( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে বেয়া সংবাদ লাভ কৰাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত থকা জটিলতা বোৰ দুৰ কৰিবলৈ সক্ষম হব, কৰ। কৰ্মত যশস্যা বাঢ়িব,  লগতে আজি আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ  দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে খেতিয়ক সকলে সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয়  বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব পাৰিব, প্ৰেমত শুভ হ'ব, আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আনৰ পৰা মৰম ১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত ব্যস্ততা বাঢ়িব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰাৰ যোগ দেখা যায়। ( Horoscope Today )


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান হাতলৈ আহিব, ৰোগ আৰোগ্য হব, লগতে আজি আপুনি ঘৰুৱা সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি লাভ কৰিব, মনত আনন্দ বাঢ়িব , লগতে আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত প্ৰশংসা লাভ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলে ভাল খৱৰ লাভ কৰিব পাৰে যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম বাঢ়িব পাৰে , সৰু-সুৰা কথাই আপোনাৰ মনত কষ্ট দিব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আজি আপোনাৰ আত্মগৌৰৱ ভাৱা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ভাল মানুহৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপোনাৰ মনৰ পৰা অহংকাৰী মনোভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সুযোগ লাভ কৰিব, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত আঘাত পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।



( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages