কলডিল পুষ্টিকৰ আৰু বনৌষধি গুণ সম্পন্ন পাচলি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 25, 2023

কলডিল পুষ্টিকৰ আৰু বনৌষধি গুণ সম্পন্ন পাচলি : Assamese Health Tips

Assamese Health Tips


  পুষ্টিবিদ সকলৰ মতে,কলডিলত অধিক মাত্ৰাত প্ৰটিন,কাৰ্বহাইড্ৰেট,আইৰণ,কেলছিয়াম, পটাছিয়াম,ফাইবাৰ, মেগনেছিয়াম, ভিটামিন-এ, চি, ই আদি উপাদান পোৱা যায় ।কলডিল পুষ্টিকৰ আৰু বনৌষধি গুণ সম্পন্ন পাচলি। ( Assamese Health Tips )    


১)ঋতু পৰিবৰ্তৰ সময়ত কলডিল খালে সংক্ৰমণৰ আশংকা কম হয়।


২) এণ্টি-অক্সিডেণ্ট গুণ থকা কলডিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।


৩)ডায়েবেটিছ আৰু ৰক্তহীনতাৰ সমস্যাত উত্তম পাচলি।


৪/শৰীৰৰ ছালৰ কাৰণে উপকাৰী।তেজ পৰিষ্কাৰ কৰে।


৫)মাতৃ দুগ্ধৰ পৰিমাণ বৃদ্ধি কৰে।


৬/কলডিলে মানসিক অৱসাদ,স্নায়ুবিক সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে।


৭)হৃদযন্ত্ৰক সুস্থ আৰু সবল কৰি ৰাখে। ( Assamese Health Tips )    

Assamese Health Tips


৮) কলডিল খালে কটা-ছিঙা ঘাঁ সোনকালে শুকায়।


৯)পাকস্থলী সবল কৰে। কোষ্ঠকাঠিন্যতা, আভোক, বদহজম দূৰ কৰে।


১০)কলডিলে পেটৰ বেক্টেৰিয়া সংক্ৰমণ প্ৰতিহত কৰে। গ্ৰহণী, ডায়েৰিয়া আদি সমস্যাত কলডিলৰ আঞ্জা উপকাৰী।


১১)কলডিলৰ আঞ্জা কলাখাৰ দি খালে এচিডিটিৰ সমস্যা নোহোৱা হয়।


১২) মেদবহুলতা কম কৰাত সহায়ক।


১৩)গৰ্ভৱতী মহিলা আৰু নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে কলডিল অতি উপকাৰী পাচলি।

    

    (সংগ্ৰহিত)  🌿🌿🌿🌿🌿🌿

 ( Assamese Health Tips )    

No comments:

Post a Comment

Advertisement

Pages