স্বাস্থ্যৰ ৩০ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 20, 2023

স্বাস্থ্যৰ ৩০ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ : Assamese Health Tips

Assamese Health Tips


###প্ৰশ্ন উত্তৰ####


1. ৰাতিপুৱা উঠি কেনেকুৱা পানী খাব লাগে ? 

উত্তৰ: কুহুমীয়া গৰম পানী । ( Assamese Health Tips )    

2. পানী কিদৰে খাব লাগে ? 

উত্তৰ : বহি লৈ লাহে লাহে খাব লাগে । 

3.  খাদ্য কিমান বাৰ চোবাই খাব লাগে ? 

উত্তৰ : 32 বাৰ ।

4. পেট ভৰাই খাদ্য কেতিয়া খাব লাগে ? 

উত্তৰ : কেৱল ৰাতিপুৱা ।

5. ৰাতিপুৱাৰ খাদ্য কোন সময়ত খাব লাগে ? 

উত্তৰ : সূৰ্য্য উদয় হোৱাৰ দুই ঘণ্টাৰ ভিতৰত । 

6. ৰাতিপুৱা খাদ্যৰ লগত কি খাব লাগে ? 

উত্তৰ : ফলৰ ৰস । 

7. দুপৰীয়া খাদ্যৰ লগত কি খাব লাগে ? 

উত্তৰ : দৈৰ তলৰ পানী । 

8. ৰাতি খাদ্য খাই কি খাব লাগে ? 

উত্তৰ : গৰম গাখীৰ হালধি মিহলাই । 


9. টেঙা ফল কেতিয়া খাব নালাগে ? 

উত্তৰ : ৰাতি ।

10. ফ্ৰীজৰ বস্তু কেতিয়া খাব পাৰি  ? 

উত্তৰ : কেতিয়াও নোৱাৰি , ই শৰীৰ দুৰ্বল কৰে , পাচন শক্তি কমাই দিয়ে , মেদ বঢ়ায় , প্ৰজনন ক্ষমতা হ্ৰাস কৰে , হাত ভৰি জিন জিন কৰে , নুপুংসকতা আনি দিয়ে । 


11. খাদ্য ৰান্ধি কিমান সময়ৰ ভিতৰত খাব পাৰি ? 

উত্তৰ : 40 মিনিটৰ ভিতৰত খাব লাগে । 

12. ৰাতি কিমান খাদ্য খাব লাগে ? 

উত্তৰ : আপোনাৰ এখন হাতৰ তলুৱাত যিখিনি ধৰে । 


13. খাদ্য খোৱাৰ কিমান সময় পিছত পানী খাব পাৰি ? 

উত্তৰ: এক ঘণ্টা । 


14. খাদ্য খোৱাৰ কিমান সময় আগতে পানী খাব পাৰি ? 

উত্তৰ : 48 মিনিট । 


15. ৰাতি ফল খোৱাটো ভালনে ? 

উত্তৰ : ৰাতি কেঁচা বস্তু খোৱা নিষেধ । ( Assamese Health Tips )    


16. ৰাতিপুৱা ভাত খাই কি কৰিব লাগে ? 

উত্তৰ : কাম । 


17. দুপৰীয়া ভাত খাই কি কৰিব লাগে ? 

উত্তৰ : 20 মিনিট বাওঁফালে কাটি হৈ শুই লব লাগে আৰু তাৰ পিছত কাম কৰিব লাগে । 


18. ৰাতি ভাত খাই কি কৰিব লাগে ? 

উত্তৰ: ৰাতি খাদ্য খাই 10 মিনিট বজ্ৰাসন কৰি বহি লৈ পাছত কমেও 1000 গজ খোজ কাঢ়ি দুই ঘণ্টা পাছত শুব লাগে । 


19. ৰাতি খাদ্য খোৱাৰ সময় কি ? 

উত্তৰ : সূৰ্য্য অস্ত যোৱাৰ আগতে বা 1 ঘণ্টাৰ ভিতৰত । 


20. ঘৰত ব্যৱহাৰ হোৱা বিহ কি কি ? 

উত্তৰ : চেনী , নিমখ , মৈদা  


21. দুপৰীয়া আঞ্জাত কি দিব লাগে ? 

উত্তৰ : আজৱাইন বা জনিগুটি । 


22. ৰাতি চালাড খাব পাৰিনে ? 

উত্তৰ: নোৱাৰি । 


23. খাদ্য খোৱাৰ সঠিক নিয়ম কি ? 


উত্তৰ : মাটিত বা পিৰাত বহি কাঁহীখন মাটিৰ পৰা কমেও 1 ফুট ওপৰত ৰাখি ।


24. গাখীৰৰ লগত হালধি মিহলোই খালে কি হয় ? 

উত্তৰ : কেঞ্চাৰ হব নোৱাৰে আৰু হজম শক্তি বঢ়ায় । 


25. সোণৰ পানী কেতিয়া খাব লাগে ? 

উত্তৰ : অক্টোবৰৰ পৰা মাৰ্চলৈ । 


26. তামৰ পানী কেতিয়া খাব পাৰি ? 

উত্তৰ : জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ । 


27. মাটিৰ পাত্ৰৰ পানী কেতিয়া খাব লাগে ? 

উত্তৰ : মাৰ্চৰ পৰা জুন মাহলৈ । 


28. ৰাতিপুৱা কেইটা বজাত উঠিব লাগে ? 

উত্তৰ : ব্ৰহ্ম মূহুৰ্তত অৰ্থাৎ সূৰ্য্য উদয় হোৱাৰ ডেৰ ঘণ্টা আগত । 


29. অধ্যয়ন কৰা বা কিতাপ পঢ়াৰ সময় কি ? 

উত্তৰ : ব্ৰহ্ম মুহুৰ্ত আৰম্ভ হোৱাৰ পৰা সূৰ্য্য উদয় হোৱালৈ । 


30 . ৰাতিপুৱা কিমান পানী খাব লাগে ? 


উত্তৰ : কমেও 3 গিলাচ ডাঙৰে আৰু শিশুৰ বাবে প্ৰযোজ্য নহয় ।

Assamese Health Tips )    

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages