###প্ৰশ্ন উত্তৰ####
1. ৰাতিপুৱা উঠি কেনেকুৱা পানী খাব লাগে ?
উত্তৰ: কুহুমীয়া গৰম পানী । ( Assamese Health Tips )
2. পানী কিদৰে খাব লাগে ?
উত্তৰ : বহি লৈ লাহে লাহে খাব লাগে ।
3. খাদ্য কিমান বাৰ চোবাই খাব লাগে ?
উত্তৰ : 32 বাৰ ।
4. পেট ভৰাই খাদ্য কেতিয়া খাব লাগে ?
উত্তৰ : কেৱল ৰাতিপুৱা ।
5. ৰাতিপুৱাৰ খাদ্য কোন সময়ত খাব লাগে ?
উত্তৰ : সূৰ্য্য উদয় হোৱাৰ দুই ঘণ্টাৰ ভিতৰত ।
6. ৰাতিপুৱা খাদ্যৰ লগত কি খাব লাগে ?
উত্তৰ : ফলৰ ৰস ।
7. দুপৰীয়া খাদ্যৰ লগত কি খাব লাগে ?
উত্তৰ : দৈৰ তলৰ পানী ।
8. ৰাতি খাদ্য খাই কি খাব লাগে ?
উত্তৰ : গৰম গাখীৰ হালধি মিহলাই ।
9. টেঙা ফল কেতিয়া খাব নালাগে ?
উত্তৰ : ৰাতি ।
10. ফ্ৰীজৰ বস্তু কেতিয়া খাব পাৰি ?
উত্তৰ : কেতিয়াও নোৱাৰি , ই শৰীৰ দুৰ্বল কৰে , পাচন শক্তি কমাই দিয়ে , মেদ বঢ়ায় , প্ৰজনন ক্ষমতা হ্ৰাস কৰে , হাত ভৰি জিন জিন কৰে , নুপুংসকতা আনি দিয়ে ।
11. খাদ্য ৰান্ধি কিমান সময়ৰ ভিতৰত খাব পাৰি ?
উত্তৰ : 40 মিনিটৰ ভিতৰত খাব লাগে ।
12. ৰাতি কিমান খাদ্য খাব লাগে ?
উত্তৰ : আপোনাৰ এখন হাতৰ তলুৱাত যিখিনি ধৰে ।
13. খাদ্য খোৱাৰ কিমান সময় পিছত পানী খাব পাৰি ?
উত্তৰ: এক ঘণ্টা ।
14. খাদ্য খোৱাৰ কিমান সময় আগতে পানী খাব পাৰি ?
উত্তৰ : 48 মিনিট ।
15. ৰাতি ফল খোৱাটো ভালনে ?
উত্তৰ : ৰাতি কেঁচা বস্তু খোৱা নিষেধ । ( Assamese Health Tips )
16. ৰাতিপুৱা ভাত খাই কি কৰিব লাগে ?
উত্তৰ : কাম ।
17. দুপৰীয়া ভাত খাই কি কৰিব লাগে ?
উত্তৰ : 20 মিনিট বাওঁফালে কাটি হৈ শুই লব লাগে আৰু তাৰ পিছত কাম কৰিব লাগে ।
18. ৰাতি ভাত খাই কি কৰিব লাগে ?
উত্তৰ: ৰাতি খাদ্য খাই 10 মিনিট বজ্ৰাসন কৰি বহি লৈ পাছত কমেও 1000 গজ খোজ কাঢ়ি দুই ঘণ্টা পাছত শুব লাগে ।
19. ৰাতি খাদ্য খোৱাৰ সময় কি ?
উত্তৰ : সূৰ্য্য অস্ত যোৱাৰ আগতে বা 1 ঘণ্টাৰ ভিতৰত ।
20. ঘৰত ব্যৱহাৰ হোৱা বিহ কি কি ?
উত্তৰ : চেনী , নিমখ , মৈদা
21. দুপৰীয়া আঞ্জাত কি দিব লাগে ?
উত্তৰ : আজৱাইন বা জনিগুটি ।
22. ৰাতি চালাড খাব পাৰিনে ?
উত্তৰ: নোৱাৰি ।
23. খাদ্য খোৱাৰ সঠিক নিয়ম কি ?
উত্তৰ : মাটিত বা পিৰাত বহি কাঁহীখন মাটিৰ পৰা কমেও 1 ফুট ওপৰত ৰাখি ।
24. গাখীৰৰ লগত হালধি মিহলোই খালে কি হয় ?
উত্তৰ : কেঞ্চাৰ হব নোৱাৰে আৰু হজম শক্তি বঢ়ায় ।
25. সোণৰ পানী কেতিয়া খাব লাগে ?
উত্তৰ : অক্টোবৰৰ পৰা মাৰ্চলৈ ।
26. তামৰ পানী কেতিয়া খাব পাৰি ?
উত্তৰ : জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ।
27. মাটিৰ পাত্ৰৰ পানী কেতিয়া খাব লাগে ?
উত্তৰ : মাৰ্চৰ পৰা জুন মাহলৈ ।
28. ৰাতিপুৱা কেইটা বজাত উঠিব লাগে ?
উত্তৰ : ব্ৰহ্ম মূহুৰ্তত অৰ্থাৎ সূৰ্য্য উদয় হোৱাৰ ডেৰ ঘণ্টা আগত ।
29. অধ্যয়ন কৰা বা কিতাপ পঢ়াৰ সময় কি ?
উত্তৰ : ব্ৰহ্ম মুহুৰ্ত আৰম্ভ হোৱাৰ পৰা সূৰ্য্য উদয় হোৱালৈ ।
30 . ৰাতিপুৱা কিমান পানী খাব লাগে ?
উত্তৰ : কমেও 3 গিলাচ ডাঙৰে আৰু শিশুৰ বাবে প্ৰযোজ্য নহয় ।
( Assamese Health Tips )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment