শিৱ লিংগৰ বেদীৰ মুখ উত্তৰ দিশৰ ফালে কিয় থাকে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 12, 2023

শিৱ লিংগৰ বেদীৰ মুখ উত্তৰ দিশৰ ফালে কিয় থাকে জানি লওক : Religious Studies

Religious Studies


শিৱ লিংগৰ বেদীৰ মুখ-উত্তৰ দিশৰ ফালে কিয় থাকে!শিৱ লিংগৰ পূজা-উপাসনা-মহাদেৱৰ পূজাত সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ হয়।( Religious Studies )


শিৱ লিংগ ঘৰত বেলেগ ধৰণে স্থাপিত কৰা হয় আৰু মন্দিৰত বেলেগ ধৰণে।শিৱ লিংগ যি ঠাইতে স্থাপিত হয় যাতে-শিৱ লিংগৰ বেদীৰ মুখ উত্তৰ দিশৰ ফালে হব লাগে।কাৰণ পূব দিশে-মহাদেৱৰ ওৰ্জা প্ৰবাহিত হৈ থাকে।


শিৱ লিংগৰো পূজা কৰাৰ বিধান থাকে।যি ঠাইত শিৱ লিংগ স্হাপিত কৰা হয়,সেইফালে পূব দিশৰ ফালে মুখ কৰি ভুলটো বহিব নালাগে আৰু উত্তৰ দিশৰ ফালেও বহিব নালাগে।কাৰণ এই উত্তৰ দিশৰ ফালে-মহাদেৱৰ বাওঁফালৰ অংগ থাকে আৰু শক্তিৰূপা দেৱী উমা-পাৰ্ৱতীৰ স্থান হয়।


শিৱলিংগৰ পূজা কোন দিশে বহি কৰিব লাগে?


শিৱলিংগৰ পূজা কৰা সময়ত  ভক্তসকলে বহাৰ দিশ ভালদৰে জানিব লব লাগে।অন্যথা ইয়াৰ বেয়া প্ৰভাৱ পোৱা যায়।উত্তৰ দিশৰ ফালে-এই বাবেই শিৱ লিংগৰ বেদীৰ মুখ বনোৱা হয়।শিৱ লিংগত ওৰ্জাৰ প্ৰভাৱ বহুত অধিক থাকে।আৰু তাত দুয়ো শক্তি বিদ্যামান থাকে।সেইবাবে সন্মুখৰ পৰা শিৱ লিংগত-জল,দৈ,গাখীৰৰে অভিষেক কৰিব নালাগে।( Religious Studies )

Religious Studies


যেতিয়া শিৱ লিংগৰ পূজা কৰা হয়-তেতিয়া পূজাৰ সময়ত-শিৱ লিংগৰ পৰা পশ্চিম দিশৰ ফালে বহাটো উচিত নহয়।কাৰণ এই দিশত শিৱৰ পিঠি থাকে।যাৰবাবে পাছফালৰ পৰা দেৱৰ পূজা কৰিলে-শুভ ফলৰ প্ৰাপ্ত নহয়।শিৱ লিংগৰ পৰা দক্ষিণ দিশৰ ফালে বহি পূজা কৰিলে-ইয়াৰ দ্বাৰা সকলো ইচ্ছা পূৰ্ণ হয়।


শিৱলিংগৰ বেদীৰ উত্তৰ দিশৰ ফালে কিয় হয়!


শিৱলিংগ সম্পূৰ্ণ ভাৰতত সমান ৰূপত স্থাপিত কৰা হয়।মন্দিৰ বা বৃক্ষৰ তলত শিৱলিংগ স্থাপিত কৰা থাকে।ইয়াৰ এটা কাৰণ এয়াও হয় যে-যাত্ৰীসকৰ দিশৰ জ্ঞান হয়।


দ্বিতীয় কাৰণ এয়া যে-শিৱলিংগৰ বেদীৰ মুখ উত্তৰ দিশৰ ফালে থাকিলে-শিৱ ভক্তসকলে সহজতে এই কথা জানে যে-ভক্তসকলে দক্ষিণ দিশত উপস্থিত হৈ-শিৱলিংগৰ অভিষেক কৰিব লাগে।কাৰণ শিৱলিংগৰ পূৰ্ৱ বা পশ্চিম দিশে উপস্থিত হৈ-অভিষেক কৰাটো শুভ নহয়।(সংগ্ৰহিত)


Religious Studies )

No comments:

Post a Comment

Advertisement

Pages