আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 5, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today


১৯ আহাৰ , বুধবাৰ ইং ৫ জুলাই ২০২৩ । ( Horoscope Today )

 *সূৰ্য্যোদয়* ঘ:- ৪/৪০/১৭, *সূৰ্য্যাস্ত* ঘ:- ৬/১৪/৫৬

*ৰাশি:-*  মকৰ ৰাশি।

*তিথি :-*  কৃষ্ণা দ্বিতীয়া , ঘ: ১২/৪০/৫৯ লৈ।

*নক্ষত্ৰ :-* উত্তৰষাঢ়া , ঘ:- ৮/৩০/৪৫ লৈ।

*শুভ সংখ্যা:-* ১/৫

*শুভ ৰং:-* সেউজীয়া/ সোনালী।

*আদ্যঋতু হলে :-* সুভগা যোগ। 

*মৰণত দোষ*:- ত্ৰিপদ, ঘ:- ৮/৩০/৪৫ যোৱাত এপদ, ঘ:- ১২/৪০/৫৯ যোৱাত নাই।

*যাত্ৰা:-* উত্তৰ দিশত নাই, ঘ:- ১২/৪০/৫৯  যোৱাত অগ্নি কোনত নাই।

*যোগিনী* :- উত্তৰ দিশত, ঘ:- ১২/৪০/৫৯  যোৱাত অগ্নি কোনত।

*ভক্ষাভক্ষ্য* :- তিতা খোৱা নিষেধ, ঘ:- ১২/৪০/৫৯  যোৱাত পটল খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব , মনত সুখ শান্তি বাঢ়িব,লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব,কৰ্মত শুভ হ'ব, লগতে আজি আপোনাৰ ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত সফলতা লাভ লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ জতন লোৱাটো ভাল হব,


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাতে  মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে , লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুখ শান্তি বাঢ়িব, লগতে আজি সৃষ্টি কৰ্মত জড়িত ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, স্বাস্থ্যৰ মধ্যম, লগতে আজি আপোনাৰ বিলাসীতাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেম আৰু বন্ধুত্বত মনোমালিন্য ভুল বুজাবুজিৰ হ'ব পাৰে, কৰ্মত সামান্য বাধা আহিব পাৰে, লগতে আজি আপুনি দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সফলতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ মান সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিব পাৰিব, পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য ব্যাকুল হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, সাহিত্যক সকলে সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বাঢ়িব, লগতে আজি আপোনাৰ মনত আশা পূৰণ হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব যদিও আজি আপুনি লগ বন্ধুৰ পৰা সহাৰি লাভ কৰিব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত শুভ বুলি কব পাৰি।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত নতুন প্ৰেমৰ আৰম্ভণি হব পাৰে, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে যদিও আজি আপোনাৰ মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, ধন সন্মান লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সাহস হ্ৰাস হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages