আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 3, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৭ আহাৰ , সোমবাৰ ইং ৩ জুলাই ২০২৩ ।( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৩৯/২৩, *সূৰ্য্যাস্ত* ঘ:- ৬/১৫/৩

*ৰাশি:-*   ধনু ৰাশি।

*তিথি :-*  পূৰ্ণিমা , আ:ঘ: ৫/১০/১ লৈ।

*নক্ষত্ৰ :-* মূলা , দি:ঘ:- ১১/১৭/২৭ লৈ।

*শুভ সংখ্যা:-* ৮/৫

*শুভ ৰং:-* বগা/ গোলপীয়া।

*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ। 

*মৰণত দোষ*:-  নাই।

*যাত্ৰা:-* বাযু কোনত নাই, আ: ঘ:- ৫/১০/১  যোৱাত পূৱ দিশত নাই।

*যোগিনী* :- বাযু কোনত , আ: ঘ:- ৫/১০/১  যোৱাত পূৱ দিশত ।

*ভক্ষাভক্ষ্য* :- মাছ মাংস  খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব, সফলতাৰে কৰ্মবোৰত আগুৱাই যাবলৈ সক্ষম হব,  আজি আপুনি ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি খৰচ ক্ষেত্ৰত সাৱধান হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু বান্ধৰ সহায় সহযোগিতা মাজেৰে দিনটো পাৰ হ'ব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে সফলতা লাভ কৰাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ'ব পাৰে, যদিও আজি আপুনি মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, কৰ্মত উন্নতি লাভ কৰিব,  লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব, ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰা কৰ্মৰ আতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত সামান্য নাটনি হ'ব পাৰে, লগতে আজি আপোনাৰ সামান্য জটিলতাৰ মাজেৰে কৰ্মবোৰত সমাপ্ত হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, যদিও আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল পৰিবেশন লাভ কৰিব, হাতলৈ ধন ধান আহিব, যদিও আজি আপোনাৰ সৰু-সুৰা কথাই আপোনাৰ মনতলৈ ভয় ভাৱ সৃষ্টি কৰিব পাৰে।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত থকা পুৰণি সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হব, ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সুখ শান্তি বাঢ়িব, উৎসৱ পাৰ্বনত নিজকে জড়িত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সফলতা লাভ কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত  সম্পত্তি হানি হ'ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্য উদয় হ'ব , প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205


( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages