আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 2, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১৬ আহাৰ , ৰবিবাৰ ইং ২ জুলাই ২০২৩ ।( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৩৮/৫৬ , *সূৰ্য্যাস্ত* ঘ:- ৬/১৫/৭

*ৰাশি:-*   বৃশ্চিক ৰাশি। ঘ:- ১২/১৮/২৬ যোৱাত ধনু ৰাশি।

*তিথি :-* শুক্লা চতুৰ্দ্দশী , ৰা:ঘ: ৭/৩/৩৬  লৈ।

*নক্ষত্ৰ :-* জেষ্ঠা , দি:ঘ:- ১২/১৮/২৬ লৈ।

*শুভ সংখ্যা:-* ৭/১

*শুভ ৰং:-* ৰঙা/ হালধীয়া।

*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ। 

*মৰণত দোষ*:-  এপদ।

*যাত্ৰা:-* পশ্চিম দিশত নাই, ৰা: ঘ:- ৭/৩/৩৬  যোৱাত বাযু কোনত নাই।

*যোগিনী* :- পশ্চিম দিশত , ৰা: ঘ:- ৭/৩/৩৬  যোৱাত বাযু কোনত।

*ভক্ষাভক্ষ্য* :- মাটিমাহ, মাছ মাংস খোৱা নিষেধ। ৰা: ঘ:- ৭/৩/৩৬  যোৱাত মাছ মাংস খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত সফল হব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব যদিও আজি আপোনাৰ শত্ৰু ভয় বঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, পদোন্নতি লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত সজাগ নহ'লে ভ্ৰমণৰ সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে, যি কোনো শুভ কৰ্ম আজি আৰম্ভণি কৰোতে সাৱধান হোৱাটো ভাল হ'ব, লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম  হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনতো উদাৰ হ'ব, আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শত্ৰু পৰা সাৱধান হ'ব লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সৰু-সুৰা কথাত মনত ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনৰ পৰা ঙং আৰু অভিমান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব নহ'লে আজি আপোনাৰ ক্ষতি  হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক সন্মান লাভ কৰিব, আজি আপোনাৰ প্ৰেমাস্পদ আপোনাৰ পৰা দূৰৈত থাকিব পাৰে, লগতে আজি আপুনি ঘৰুৱা কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, সময়ৰ অপব্যৱহাৰৰ হ'ব পাৰে, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ  হোৱাটো ভাল হ'ব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত  হাতলৈ ধন ধান আহিব, সন্মান লাভ কৰিব, কৰবাত পাৱলগীয়া ধন ঘুৰাই পাৱ পাৰে, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব যদিও আজি ছোৱালী সকলে সজাগ নহ'লে সামান্য মনত কষ্ট পাৱলগীয়া হ'ব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ বিশ্বাসী হ'ব পাৰিব, লগতে আজিৰ আপুনি কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়। যদিও আজি আপুনি নিজকে দুৰ্বল বুলি নাভাবিব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205 we


( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages