ভাৰতীয় ৰেলৱেত এই পদসমূহৰ বাবে নিযুক্তি : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 2, 2023

ভাৰতীয় ৰেলৱেত এই পদসমূহৰ বাবে নিযুক্তি : Assamese News

Assamese News


ভাৰতীয় ৰেলৱেত এই পদসমূহৰ বাবে নিযুক্তি, অতি সোনকালে আবেদন কৰক  ( Assamese News )  


নৰ্থ চেণ্ট্ৰেল ৰেলৱেৰ চাকৰি ২০২৩ : নৰ্থ চেণ্ট্ৰেল ৰেলৱেত বহু পদত নিযুক্তি গ্ৰহণ কৰিছে । প্ৰাৰ্থীসকলে অফিচি়য়েল ৱেবছাইটত গৈ ৮ জুলাইৰ ভিতৰত এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। 

Assamese News


নৰ্থ চেণ্ট্ৰেল ৰেলৱেৰ নিযুক্তি ২০২৩ : উত্তৰ কেন্দ্ৰীয় ৰেলৱেৰ নিযুক্তিৰ অধিসূচনা কৰিছে । যাৰ অনুসৰি ৰেলৱেত পিজিটি, টিজিটি, আৰু পিআৰটিৰ পদত নিযুক্তি কৰা হ'ব । ইচ্ছুক আৰু যোগ্য প্ৰাথীয়ে পূৰ্ণ কৰা আবেদন প্ৰ-পত্ৰ প্ৰদত্ত ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব ।এই নিযুক্তিৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে ২০২৩ চনৰ ৮ জুলাই অন্তিম তাৰিখৰ ভিতৰত জমা দিব লাগিব । 


খালী পদৰ সবিশেষ:এই নিযুক্তি অভিযানৰ জৰিয়তে মুঠ ২৯ টা পদ পূৰণ কৰা‌ হব । এই‌ অভিযানৰ জৰিয়তে প্ৰবক্তা (পিজিটি)ৰ ১০ টা , সহকাৰী শিক্ষক (টিজিটি)ৰ ৯ টা আৰু প্ৰাথমিক শিক্ষকৰ ১০ টা পদ পূৰণ কৰা হ'ব।  ( Assamese News )  


কেতিয়া প্ৰকাশ পাব সাক্ষাৎকাৰৰ তালিকা : ১৭ জুলাইত ৰেলৱেই প্ৰকাশ কৰিব সাক্ষাৎকাৰৰ তালিকা । 

Assamese News


সাক্ষাৎকাৰৰ তাৰিখ:পিজিটি, টিজিটি আৰু পিআৰটিৰ সাক্ষাৎকাৰৰ তাৰিখ ১৯ জুলাই, ২০ জুলাই, ২১ জুলাই আৰু ২২ জুলাই ,২০২৩ লৈ নিৰ্ধাৰণ কৰা হৈছে । 


আৱেদন প্ৰ-পত্ৰ কলৈ প্ৰেৰণ কৰিব : প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে অন্তিম তাৰিখৰ পূৰ্বে অধ্যক্ষ, উত্তৰ কেন্দ্ৰীয় মহাবিদ্যালয় , টুণ্ডলা ,জিলা ফিৰোজাবাদ , পিন -২৮৩২০৪ ইউ পিৰ ঠিকনাৰ প্ৰেৰণ কৰিব লাগিব । টুণ্ডলা ১৪ ৰ এন চি আৰ কলেজৰ প্ৰিন্সিপাল চেম্বাৰত অনুষ্ঠিত হ'ব এই সাক্ষাৎকাৰ ।


 ( Assamese News )  

No comments:

Post a Comment

Advertisement

Pages