আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 4, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

         Horoscope Today

 

২০ জেঠ, ৰবিবাৰ ইং ৪ জুন ২০২৩ ।( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত বিলাক সিতাৰে আজিৰ দিনটোত পাৰ হ'ব, লগতে আজি আপুনি বিভিন্ন কামত নিজকে ব্যস্ত কৰি ৰাখিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মৰ প্ৰতি আপোনাৰ সামান্য গুৰুত্ব হ্ৰাস পাৱ, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত শুভ হ'ব, বন্ধুৰ লগত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, কৰ্মত ন্যায় লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, যদিও আজি আপোনাৰ সন্মান বাঢ়িব, লগতে আজি আপোনাৰ সন্তানৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ৰাইজৰ পৰা মৰম চেনেহ লাভ কৰিব, কৰ্মত থকা জটিলতা বোৰ দুৰ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি খৰচ ক্ষেত্ৰত সজাগ হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, আপোনাৰ কৰ্মৰ দ্বাৰা আত্মীয় পৰিয়ালে শান্তি লভিব পৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বাবে শুভ হ'ব।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিব, অসুখীয়া ব্যক্তি সকলৰ আজি ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায় 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৌশলে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages