আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 28, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today


🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

১২ আহাৰ , বুধবাৰ ইং ২৮ জুন ২০২৩ । ( Horoscope Today )


 *সূৰ্য্যোদয়* ঘ:- ৪/৩৭/৮ , *সূৰ্য্যাস্ত* ঘ:- ৬/১৬/১৯ 

*ৰাশি:-*   তুলা ৰাশি।

*তিথি :-* শুক্লা দশমী , ৰা:ঘ: ১০/৪৫/১৬  লৈ।

*নক্ষত্ৰ :-* চিত্ৰা, দি:ঘ:- ১২/১৯/২  লৈ।

*শুভ সংখ্যা:-* ৫/১

*শুভ ৰং:-* বগা/ সেউজীয়া ।

*আদ্যঋতু হলে :-* বেশ্যা যোগ। 

*মৰণত দোষ*:-  নাই।

*যাত্ৰা:-* উত্তৰ দিশত নাই , ৰা:ঘ:- ১০/৪৫/১৬ যোৱাত অগ্নি কোনত নাই।

*যোগিনী* :- উত্তৰ দিশত  , ৰা:ঘ:- ১০/৪৫/১৬ যোৱাত অগ্নি কোনত ।

*ভক্ষাভক্ষ্য* :-  কলমৌ শাক খোৱা নিষেধ। ৰা: ঘ:- ১০/৪৫/১৬  যোৱাত উৰহী খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, মান সন্মান বাঢ়িব, লগতে আজি আপোনালোকৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত ভাল কৰ্ম কৰিবলৈ সক্ষম হব, নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে সফলতাৰে আগুৱাই যাবলৈ সুযোগ সুবিধা লাভ কৰাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা ভাল কৰ্মই আপোনাৰ মনটো আনন্দিত কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা  আতৰি থাকিবলৈ চেষ্টা কৰিব।  


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, ঋণ পৰিশোধ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি বন্ধুৰ পৰা সজাগ সাৱধান হৈ থকাটো ভাল হব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  নতুন নতুন কৰ্ম সন্ধান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত মনত কষ্ট পাবলগীয়া হ'ব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি  সাৱধান হোৱাটো ভাল হ'ব।  


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ দ্বায়িত্ব ভাৰ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণৰ ক্ষেত্ৰত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত কষ্ট দিব পাৰে।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব পাৰে,  লগতে আজি আপুনি সজাগ নহ'লে দেহ মন সামান্য দুৰ্বল অনুভৱ কৰাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য অৱহেলাৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মান সন্মান বাঢ়িব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ  আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপুনি কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সঞ্চয় বাঢ়িব, ঘৰত নতুন কৰ্ম শুভ আৰম্ভণি কৰিবলৈ সক্ষম হব, গৃহ নিৰ্মাণৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপোনাৰ মনটো অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা  আতৰি থাকিবলৈ চেষ্টা কৰিব।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  ভাল খৱৰ লাভ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে সফল হ'ব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205 


 ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages