আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 22, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 

৬ আহাৰ , বৃহস্পতি বাৰ ইং ২২ জুন ২০২৩ । ( Horoscope Today )


সূৰ্য্যোদয় ঘ:- ৪/৩২/১৭ , সূৰ্য্যাস্ত ঘ:- ৬/১৮/৫৮

 *ৰাশি:-*  কৰ্কট ৰাশি। শে:ৰা:- ৪/১৮/৪২ যোৱাত সিংহ ৰাশি।

*তিথি :-* শুক্লা চতুৰ্থী, আ:ঘ:- ৫/২৭/৩১  লৈ।

 *নক্ষত্ৰ :-* অশ্লেষা, শে: ৰা:ঘ:- ৪/১৮/৪২  লৈ।

 *শুভ সংখ্যা:-* ৮/৩

 *শুভ ৰং:-*  হালধীয়া/ ৰঙা ।

 *আদ্যঋতু হলে :-* কান্তা যোগ। 

 *মৰণত দোষ*:- নাই।

*যাত্ৰা:-* অগ্নি কোনত নাই , ঘ:- ১২/৫১/৪১ যোৱাত নৈঋত কোনত  নাই।

*যোগিনী* :- নৈঋত কোনত,আ: ঘ:- ৫/২৭/৩১ যোৱাত দক্ষিণ দিশত ।

*ভক্ষাভক্ষ্য* :- মুলা খোৱা নিষেধ। আ:ঘ:- ৫/২৭/৩১  যোৱাত বেল খোৱা নিষেধ। 


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি মনৰ আশা পূৰণ কৰিবলৈ সক্ষম হব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপুনি পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, নতুন বস্ত্ৰ লাভ কৰিব পাৰিব, যদিও আজি আপুনি কৰ্মত আপোনাৰ মনৰ উৎসাহ হ্ৰাস হ'বলৈ নিদিব। 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত   সজাগ নহ'লে মনত সামান্য কষ্ট কৰিবলগীয়া হ'ব পাৰে, মনত উদ্বিগ্নতা বাঢ়িব, লগতে আজি আপোনাৰ দেহ মনত সামান্য ভাগৰুৱা ভাৱ আহিব পাৰে।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব,  শত্ৰু নাশ হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব ।   


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আৰ্থিক দিশটো সৱল হ'ব, হাতলৈ ধন ধান আহিব, যদিও আজি আপুনি সজাগ নহ'লে জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট কৰিবলগীয়া হ'ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব ।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, কৰ্মত দ্বায়িত্ব বাঢ়িব, যদিও আজি আপোনাৰ  দেহ মনত কষ্ট কৰিবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব, লগতে আজি আপুনি মনত কষ্ট কৰিবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সম্পত্তি বাঢ়িব, হাতলৈ ধন ধান আহিব, কৰ্মত সন্মান লাভ কৰিব, যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি চোৰ ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব , লগতে আজি আপোনাৰ কৰ্মবোৰ সামান্য জতিলতাৰ মাজেৰে সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগআৰোগ্য হ'ব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনলৈ হতাশাৰ ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমাজ আপোনাৰ সন্মান বাঢ়িব, মনত নতুন আশাৰ সঞ্চাৰ হ'ব, যদিও আজি আপুনি আপোনাৰ মনতো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages