কিছুমান দুষ্ট চৰিত্রহীন লৰা-ছোৱালীৰ কাৰণে সকলো লৰা ছোৱালীক বেয়া বুলি ভুলতো নকব : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 28, 2023

কিছুমান দুষ্ট চৰিত্রহীন লৰা-ছোৱালীৰ কাৰণে সকলো লৰা ছোৱালীক বেয়া বুলি ভুলতো নকব : Assamese Viral Post

Assamese Viral Post


#0nly for girls

1 মিনিট সময় লৈ কাহিনীটো পঢ়িবা,,,

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

,Heart touching কাহিনী,,,,


যেতিয়া bf ক তোমাৰ hot photo দিয়া,তেতিয়া তোমাৰ মনত নপৰে নেকি,কাক কি ফটো দি আছা,( Assamese Viral Post )


যেতিয়া তোমাৰ bfয়ে কাপোৰৰ ভিতৰত হাত দিয়ে,

তেতিয়া তোমাৰ বেয়া নালাগে নেকি,কাৰ সম্পদ কাক বিলাই দিছা ?


যেতিয়া তোমাৰ bfৰ লগত ঘণ্টাৰ পিছত ঘণ্টা সময় কটোৱা.তেতিয়া তুমি অনুভব নকৰা নেকি,কাৰ সম্পদ লৈ খোলা ফিল্টত এৰি দিলা,


যেতিয়া bfৰ লগত হোটেলত ৰাতি কটোৱা,দুটা দেহ সংযোগ কৰা,তেতিয়া অনুভব নকৰা নেকি,কাৰ সম্পদ কাক বিলাই দিছা,,,

নিজৰ ইচ্ছাত সকলো এৰি দিছা,,তেনেহলে সকলো লৰাবোৰ বেয়া বুলি কিয় কোৱা,ঐ ছোৱালী এজন লৰাব বাবে সকলো লৰাক কিয় দোষী বুলি কোৱা,


মজা কেৱল লৰাজনে লোৱা নাই,তুমিওঁ লৈছা,


লৰাজনে অলপ সুখৰ বাবে তোমাক ব্যাৱহাৰ কৰিছে,তুমিওঁ সুখৰ ভাগ লবলৈ লৰাজনৰ ওচৰত তোমাৰ দেহ এৰি দিলা,,লৰাজনে তোমাক শিয়াল,

কুকুৰৰ নিচিনা তোমাৰ দেহৰ ওপৰত অত্যাচাৰ কৰে,চি,,,চি,,চি,,,নিজৰ ভাল হোৱাটো এজন পাগলেওঁ বুজি পায়,,,লৰাজনে খোজাৰ লগে-লগেই তুমি বিচনাত শুই পৰিলা,কেতিয়াবা কি ভাবিছা,

যাৰ লগত তুমি শাৰিৰীক সম্পর্ক কৰিলা,যাক তুমি এক ৰাতিৰ সুখ দিলা,কিন্তু লৰাজনৰ লগত যদি তোমাৰ বিয়া নহয়,যদি বেলেগৰ লগত বিয়া হয়,তেনেহলে তাক কি সুখ দিবা,সেইজন স্বামীক দিবলৈ কি থাকিব তোমাৰ হাতত,তেতিয়া তোমাৰ লাজ নকৰিব নে,,নষ্ট দেহ লৈ কন্যা সাজি ফুলসয্যাৰ ঘৰত বহি থকাটো,,( Assamese Viral Post )


তুমি জানানে ,


ঈদৰ চন্দ্র দেখিলে মানুহে যিমান আনন্দিত  হয়,কিন্তু তেনেকুৱা আনন্দ ঈদৰ দিনা নহয়,কিয় জানানে,,কাৰন, ঈদৰ দিন মানেই ঈদ শেষ,চন্দ্র দেখিলে মানে কালি ঈদ,,


ঠিক তেনেকৈ তোমাক বিয়াৰ আগত যিজনে তোমাৰ লগত শাৰিৰীক সম্পর্ক কৰিছে,তেওঁ বিয়াৰ আগত তোমাৰ দেহৰ পৰা সুখ উপভোগ কৰিছে, এতিয়া লৰাজনৰ দৰর্কাৰ নাই তোমাক বিয়াৱকৰাবলৈ,,


ছোৱালী তুমি যাৰ লগতেই সম্পর্ক কৰা,ভালদৰে বুজি কৰিবা,


♥কাহিনীটো পঢ়ি কোনেওঁ বেয়া নেপাব,কাৰন এয়া সচা ঘটনাৰ ওপৰত ভিত্তি কৰি কাহিনীটো লিখিছো, ভালপোৱা দেহৰ লগত নহয় মনৰ লগত কৰা,যিজনে তোমাক প্রকৃত,সচাকৈ ভালপায় তেওঁ কেতিয়াওঁ তেমাৰ লগত বেয়া কাম নকৰে, । প্লিজ অনুগ্রহ কৰি কিছুমান দুষ্ট চৰিত্রহীন লৰা-ছোৱালীৰ কাৰনে সকলো লৰা ছোৱালীক বেয়া বুলি নকব,


ভাল লাগিলে Share কৰিবা,,,

✍🏻Faruque Ahmed


উৎস: ফেচবুক 

( Assamese Viral Post )



No comments:

Post a Comment

Advertisement

Pages