প্ৰায় মানুহে-মাত্ৰ তিনিটা পাতেৰ বেলপাত আগবঢ়োৱা দেখা যায়।কিন্তু আপুনি জানেনে যে-পাঁচ পাতৰ বেলপাত-অতি বিৰল।শিৱ পূজাত ইয়াৰ বিশেষ স্থান আছে।যদিও-এয়া সহজে পোৱা নাযায়-কিন্তু যদি-৫খিলা পাতৰ বেলপাত আগবঢ়োৱা হয়-তেন্তে-ভগৱান শিৱ লগে লগে-সুখী হয়।
*জ্যোতিষৰ মতে-৫খিলা থকা বেলপাত পোৱাটোৱেই উত্তম বুলি বিবেচিত হয়।পাঁচ পাতৰ বেলপাত মানে-প্ৰধান পাঁচজন দেৱতা-ব্ৰহ্মা,বিষ্ণু।মহেশ,গণেশ আৰু মা ভাগৱতী।কোৱা হয় যে-যদি পঞ্চপাতৰ আগবঢ়োৱা হয়-তেন্তে ভগৱান শিৱ সোনকালে সন্তষ্ট হয় আৰু ভক্তসকলক সকলো কামনাৰে আৰ্শীবাদ দিয়ে।
-বেলপাতৰ কিছু প্ৰতিকাৰ-
*ইচ্ছা পূৰণৰ বাবে-
সোমবাৰে পুৱা স্নান কৰি-৫টা বেলপাতৰ লগতে-শিৱলিংগত গাখীৰ আৰু মৌ আগবঢ়াব।এই প্ৰতিকাৰ কৰিলে-আপোনাৰ সকলো ইচ্ছা পূৰণ হব।আপোনাৰ ইচ্ছা পুনৰাবৃত্তি কৰি-এই প্ৰতিকাৰ কমেও-১১টা সোমবাৰৰ বাবে কৰিব লাগে।ইয়াৰ লগে লগে আপোনাৰ পূজা নিশ্চিতভাৱে গ্ৰহণ কৰা হব আৰু সকলো কামনা শীঘ্ৰে পূৰ্ণ হব।।
*স্বাস্থ্যজনিত সমস্যাৰ বাবে-
যদি আপুনি স্বাস্থ্যজনিত সমস্যাত অশান্তি পাইছে-তেন্তে-১০৮টা বেলপাত চন্দনত ডুবাই শিৱলিংগত-ঔম নমাহ মন্ত্ৰ"জাপ কৰি অৰ্পণ কৰক।লগতে ভগৱান শিৱৰ ওচৰত সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক।ইয়াৰ ফলত শীঘ্ৰে স্বাস্থ্যৰ উন্নতি ঘটিব।( Religious Studies )
২/সোমবাৰে ক'লা বস্ত্ৰ পৰিধান কৰিব নালাগে।
৩/সোমবাৰে ব্ৰত কৰিলে-কেতেকীৰ ফুল মহাদেৱক অৰ্পণ কৰিব নালাগে।
৪/মহাদেৱৰ পূজাত শংখ বৰ্জিত হয়।সেইবাবে-শংখৰ দ্বাৰা শিৱৰ পূজা কৰিব নালাগে।
৫/যদি আপুনি সোমবাৰে-ব্ৰত কৰে-তেন্তে-আপুনি মহাদেৱৰ লিংগৰ সম্পূৰ্ণ পৰিক্ৰমা কৰিব নালাগে।
৬/ভোলানাথক সেন্দূৰ লগাব নালাগে।সেন্দূৰৰ ঠাইত চন্দনৰ ব্যৱহাৰ কৰিব লাগে।
৭/যদি আপুনি সোমবাৰৰ ব্ৰত কৰিছে-তেন্তে-আপুনি শিৱৰ লগতে-পাৰ্ৱতীৰো পূজা কৰিব লাগে।ইয়াৰ দ্বাৰা-আপুনি অধিক ফল প্ৰাপ্ত কৰিব।( Religious Studies )
No comments:
Post a Comment