বেলপাতৰ দ্বাৰা কিছু প্ৰতিকাৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

বেলপাতৰ দ্বাৰা কিছু প্ৰতিকাৰ : Religious Studies

 

Religious Studies

শিৱপুৰাণাত বেলপাতৰ সন্দৰ্ভত বহু নিয়মৰ কথা কোৱা হৈছে।মহাদেৱৰ পূজাৰ ক্ষেত্ৰত-বেলপাতৰ বাশেষ গুৰুত্ব আছে বুলি কোৱা হয়।বেলপাতৰ অবিহনে-ভগৱান শিৱৰ পূজা আধৰুৰা বুলি গণ্য কৰা হয়।( Religious Studies )


প্ৰায় মানুহে-মাত্ৰ তিনিটা পাতেৰ বেলপাত আগবঢ়োৱা দেখা যায়।কিন্তু আপুনি জানেনে যে-পাঁচ পাতৰ বেলপাত-অতি বিৰল।শিৱ পূজাত ইয়াৰ বিশেষ স্থান আছে।যদিও-এয়া সহজে পোৱা নাযায়-কিন্তু যদি-৫খিলা পাতৰ বেলপাত আগবঢ়োৱা হয়-তেন্তে-ভগৱান শিৱ লগে লগে-সুখী হয়।


*জ্যোতিষৰ মতে-৫খিলা থকা বেলপাত পোৱাটোৱেই উত্তম বুলি বিবেচিত হয়।পাঁচ পাতৰ বেলপাত মানে-প্ৰধান পাঁচজন দেৱতা-ব্ৰহ্মা,বিষ্ণু।মহেশ,গণেশ আৰু মা ভাগৱতী।কোৱা হয় যে-যদি পঞ্চপাতৰ আগবঢ়োৱা হয়-তেন্তে ভগৱান শিৱ সোনকালে সন্তষ্ট হয় আৰু ভক্তসকলক সকলো কামনাৰে আৰ্শীবাদ দিয়ে।


-বেলপাতৰ কিছু প্ৰতিকাৰ-


*ইচ্ছা পূৰণৰ বাবে-

সোমবাৰে পুৱা স্নান কৰি-৫টা বেলপাতৰ লগতে-শিৱলিংগত গাখীৰ আৰু মৌ আগবঢ়াব।এই প্ৰতিকাৰ কৰিলে-আপোনাৰ সকলো ইচ্ছা পূৰণ হব।আপোনাৰ ইচ্ছা পুনৰাবৃত্তি কৰি-এই প্ৰতিকাৰ কমেও-১১টা সোমবাৰৰ বাবে কৰিব লাগে।ইয়াৰ লগে লগে আপোনাৰ পূজা নিশ্চিতভাৱে গ্ৰহণ কৰা হব আৰু সকলো কামনা শীঘ্ৰে পূৰ্ণ হব।।


*স্বাস্থ্যজনিত সমস্যাৰ বাবে-

যদি আপুনি স্বাস্থ্যজনিত সমস্যাত অশান্তি পাইছে-তেন্তে-১০৮টা বেলপাত চন্দনত ডুবাই শিৱলিংগত-ঔম নমাহ মন্ত্ৰ"জাপ কৰি অৰ্পণ কৰক।লগতে ভগৱান শিৱৰ ওচৰত সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক।ইয়াৰ ফলত শীঘ্ৰে স্বাস্থ্যৰ উন্নতি ঘটিব।( Religious Studies )

Religious Studies


২/সোমবাৰে ক'লা বস্ত্ৰ পৰিধান কৰিব নালাগে।


৩/সোমবাৰে ব্ৰত কৰিলে-কেতেকীৰ ফুল মহাদেৱক অৰ্পণ কৰিব নালাগে।


৪/মহাদেৱৰ পূজাত শংখ বৰ্জিত হয়।সেইবাবে-শংখৰ দ্বাৰা শিৱৰ পূজা কৰিব নালাগে।


৫/যদি আপুনি সোমবাৰে-ব্ৰত কৰে-তেন্তে-আপুনি মহাদেৱৰ লিংগৰ সম্পূৰ্ণ পৰিক্ৰমা কৰিব নালাগে।


৬/ভোলানাথক সেন্দূৰ লগাব নালাগে।সেন্দূৰৰ ঠাইত চন্দনৰ ব্যৱহাৰ কৰিব লাগে।


৭/যদি আপুনি সোমবাৰৰ ব্ৰত কৰিছে-তেন্তে-আপুনি শিৱৰ লগতে-পাৰ্ৱতীৰো পূজা কৰিব লাগে।ইয়াৰ দ্বাৰা-আপুনি অধিক ফল প্ৰাপ্ত কৰিব।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages