গো মাতাৰ বিষয়ে এইসমূহ আপুনি জানে নে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

গো মাতাৰ বিষয়ে এইসমূহ আপুনি জানে নে : Religious Studies

 

Religious Studies


*গো-মাতাৰ গাখীৰ অমৃত হয়।

*গো-মাতা ধৰ্মৰে স্নান কৰা হয়।গো-মাতাৰ অবিহনে-ধৰ্মৰ কল্পনা কৰা নহয়।( Religious Studies )

*গো-মাতা জগত জননী হয়।

*গো-মাতা পৃথিৱীৰ ৰূপ হয়।

*গো-মাতা সৰ্ব-দেৱোময়ী, সৰ্ব-বেদময়ী হয়।
গো-মাতাৰ অবিহনে-দেৱৌ-বেদৰ পূজা অসম্পূৰ্ণ হয়।

*এজনী গো-মাতাক ঘাঁহ খুৱালে তেত্ৰিশ কোটি দেৱতাসকলৰ ভোগ দিয়া হয়।

*গো-মাতাৰ দ্বাৰাই মনুষ্যৰ গোত্ৰৰ স্থাপনা হৈছে।( Religious Studies )


*গো-মাতা চৈধ্য ৰত্নৰ ভিতৰত এক হয়।


*গো-মাতা সাক্ষাৎ মা ভৱানীৰ স্বৰূপ হয়।


*গো-মাতাৰ পঞ্চগব্যৰ অবিহনে পূজা-পাঠ,যজ্ঞ সফল নহয়।


*গো-মাতাৰ

গাখীৰ-ঘীউ,মাখন,দৈ,

গোবৰ,গো-মূত্ৰৰ দ্বাৰা বনোৱা পঞ্চগব্য বহু ৰোগৰ ঔষধ হয়।ইয়াৰ সেৱনৰ দ্বাৰা-অসাধ্য ৰোগ নাইকিয়া হয়।


*গো-মাতাক ঘৰত ৰাখি-সেৱা কৰাজনৰ সুখী-আধ্যাত্মিক জীৱন অতিবাহিত কৰে।সেইজনৰ অকাল মৃত্যু নহয়।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages