সোমবাৰৰ ব্ৰত কৰিলে এই সমূহ নিয়ম মানিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

সোমবাৰৰ ব্ৰত কৰিলে এই সমূহ নিয়ম মানিব লাগে : Religious Studies

Religious Studies


আজিৰ সময়ত সকলো লোকে-সোমবাৰে ব্ৰত কৰে-কাৰণ সকলোৰে আস্থা মহেদৱৰ প্ৰতি বহুত অধিক হয়।যাৰ বাবে-লোকসকলে সোমবাৰৰ ব্ৰতক অনুসৰণ কৰে আৰু বহুলোকে মানে যে-সোমবাৰে ব্ৰত কৰিলে-বহুত লাভজনক হয় আৰু প্ৰায় মনৰকামনা সমূহ পূৰ্ণ হয়।( Religious Studies )


মহিলাসকলে নিজৰ মন পচন্দৰ স্বামী পাবলৈ-সোমবাৰে ব্ৰত কৰে আৰু এয়াৰ লগতে-নিজৰ মনৰকামনা পূৰ্ণ কৰিবলৈও সোমবাৰে ব্ৰত কৰে।কাৰণ-ভগৱান শিৱই সকলো লোকৰে ইচ্ছা পূৰ্ণ কৰে।মহাদেৱ বহুত দয়ালু হয়-আৰু নিজৰ ভক্তসকলৰ সকলো ইচ্ছা পূৰ্ণ কৰে।এইবাবেও ভক্তসকলে সোমবাৰৰ ব্ৰত ভক্তি ভাবেৰে-পালন কৰে।


*সোমবাৰৰ ব্ৰত কৰিলে-এই সমূহ নিয়ম মানিব লাগে।কাৰণ বহুলোকৰ-এই নিয়মসমূহৰ বিষয়ে নাজানে,আৰু বহুলোকে সোমবাৰৰ ব্ৰত ৰাখে-যাৰ বাবে ভক্তসকলে কিছু ভুল কৰে,আৰু তেওঁলোকৰ ব্ৰত সফল নহয়।


*সোমবাৰৰ ব্ৰতত এই সমূহ নিয়ম মানি চলিলে-ভক্তসকলৰ সোমবাৰৰ ব্ৰত সফলতাপূৰ্ৱক পূৰ্ণ হয়।


১/সোমবাৰৰ ব্ৰত কৰিলে-পুৱা সোনকালে উঠিব লাগে।( Religious Studies )

Religious Studies


২/সোমবাৰে ক'লা বস্ত্ৰ পৰিধান কৰিব নালাগে।


৩/সোমবাৰে ব্ৰত কৰিলে-কেতেকীৰ ফুল মহাদেৱক অৰ্পণ কৰিব নালাগে।


৪/মহাদেৱৰ পূজাত শংখ বৰ্জিত হয়।সেইবাবে-শংখৰ দ্বাৰা শিৱৰ পূজা কৰিব নালাগে।


৫/যদি আপুনি সোমবাৰে-ব্ৰত কৰে-তেন্তে-আপুনি মহাদেৱৰ লিংগৰ সম্পূৰ্ণ পৰিক্ৰমা কৰিব নালাগে।


৬/ভোলানাথক সেন্দূৰ লগাব নালাগে।সেন্দূৰৰ ঠাইত চন্দনৰ ব্যৱহাৰ কৰিব লাগে।


৭/যদি আপুনি সোমবাৰৰ ব্ৰত কৰিছে-তেন্তে-আপুনি শিৱৰ লগতে-পাৰ্ৱতীৰো পূজা কৰিব লাগে।ইয়াৰ দ্বাৰা-আপুনি অধিক ফল প্ৰাপ্ত কৰিব।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages