এনে সপোন দেখাটো ধনী হোৱাৰ সংকেত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

এনে সপোন দেখাটো ধনী হোৱাৰ সংকেত : Religious Studies

  

Religious Studies



হিন্দু ধৰ্মৰ মান্যতা অনুসাৰে-যি ব্যক্তিৰ ওপৰত ধনৰ দেৱী মা লক্ষ্মীৰ কৃপা হয়-তেওঁৰ জীৱনত কেতিয়াও সুখ-সমৃদ্ধিৰ অভাৱ নহয়।( Religious Studies )



*ধৰ্ম শাস্ত্ৰত মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ-বহু উপায়ৰ কথা কোৱা হৈছে।মান্যতা অনুসাৰে-মা লক্ষ্মী অহাৰ আগে-কোনো ধৰণৰ সংকেত দিয়ে।।


*স্বপ্ন শাস্ত্ৰ অনুসাৰে-এনে কিছু সপোন আছে-যি দেখা পালে-মা লক্ষ্মীৰ আগমনৰ সংকেত হয়।


*সপোনত হালধীয়া ফল বা ৰঙা ফুল দেখা-

সপোন শাস্ত্ৰ অনুসৰি,যি ব্যক্তিয়ে সপোনত-হালধীয়া ফল,ৰঙা ফুল দেখে-তেন্তে-তেওঁ স্বৰ্ণ লাভ কৰিব।


*সপোনত জোৰেৰে বৰষুণ হোৱা দেখা-

সপোন শাস্ত্ৰ অনুসৰি-সপোনত জোৰেৰে বৰষুণ হোৱা দেখিলেও-ধন আগমনৰ সংকেত হয়।( Religious Studies )

Religious Studies


*সপোনত মন্দিৰ দেখা-

যদি আপুনি সপোনত মন্দিৰ দেখা পাইছে-তেন্তে এয়া বহুত শুভ হয়।এই সপোনৰ অৰ্থ হৈছে যে-ভগৱান কুবেৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে আৰু আপোনাৰ ওপৰত ধনৰ বৰষা হব।


*ৰঙা ৰংৰ শাড়ী-

সপোনত কাৰোবাক ৰঙা শাড়ী পিন্ধোৱা বা কাৰোবাক অন্য শাড়ীত দেখা-মা লক্ষ্মীৰ আগমনৰ সংকেত হয়।


*উচ্চতাত উঠা-

সপোন শাস্ত্ৰ অনুসাৰে-সপোনত উচ্চতাত উঠা-শুভ সংকেত দিয়ে।এই সপোনৰ অৰ্থ হৈছে যে-আপোনাৰ শীঘ্ৰে উন্নতি হব।


*সপোনত দাঁত চফা কৰা-

সপোন শাস্ত্ৰ অনুসাৰে-যদি আপুনি সপোনত দাঁত চফা কৰি আছে-তেন্তে-এয়া বহুত শুভ সংকেত হয়।এই সপোনৰ অৰ্থ হৈছে-আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা বৰষিব।


*সপোনত ধন জমা কৰা-


যদি আপুনি সপোনত বেংত পইচা থোৱা দেখা পাইছে-তেন্তে এয়া শুভ হয়।এই সপোনৰ অৰ্থ আপোনাৰ আৰ্থিক স্থিতি শীঘ্ৰে সলনি হব।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages