গোলাপ ফুলেৰে কৰা উপায়সমূহ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

গোলাপ ফুলেৰে কৰা উপায়সমূহ : Religious Studies

Religious Studies


গোলাপ ফুলক বাস্তু শাস্ত্ৰত বহুত মহত্বপূৰ্ণ কোৱা হৈছে।বাস্তু শাস্ত্ৰটো-গোলাপ ফুলক প্ৰেমৰ প্ৰতীক মনা হয়।আৰু জ্যোতিষ শাস্ত্ৰত গোলাপৰ সম্পৰ্ক মা লক্ষ্মীৰ লগত আছে বুলি কোৱা হয়।( Religious Studies )


বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত গোলাপ ফুল ৰোপণ কৰিলে-সুন্দৰতা বৃদ্ধি হোৱাৰ লগতে-সকাৰত্মক ওৰ্জাৰ সঞ্চাৰ হয়।ইয়াৰ বাহিৰেও-যদি আপোনাৰ জীৱনত প্ৰেমৰ বিষয়ত সমস্যা আহিছে-তেন্তে আপুনি গোলাপৰ লগত জড়িত কিছু উপায় কৰি-এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।।


-গোলাপ ফুলেৰে কৰা উপায়সমূহ-


*কোন দিশত লগাব লাগে-গোলাপ ফুল-

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত গোলাপ ফুল,দক্ষিণ-পশ্চিম দিশত লগাব লাগে।ৰঙা গোলাপ লগাবলৈ দক্ষিণ-পশ্চিম দিশ সকলোতকৈ শুভ মনা হয়।এই দিশত গোলাপ ফুল ৰোপণ কৰিলে-ঘৰৰ মালিকজনৰ সামাজিক প্ৰতিষ্ঠাত বৃদ্ধি হয়।


*পাৰিবাৰিক সমস্যাৰ বাবে-কৰিব লাগে এই উপায়-

জ্যোতিষ আৰু ধাৰ্মিক অনুসৰি-যদি কোনো ব্যক্তিৰ পাৰিবাৰিক জীৱনত সমস্যা চলি আছে-তেন্তে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীক ৰঙা গোলাপ অৰ্পণ কৰিব লাগে।মা-লক্ষ্মীক ৰঙা গোলাপ অৰ্পণ কৰিলে ঘৰত সকাৰত্মকতাৰ বাস হয়।আৰু লগতে-মা লক্ষ্মীৰ আৰ্শীবাদ থাকে।মা লক্ষ্মীৰ কৃপাৰ দ্বাৰা ধন সম্পৰ্কীয় সমস্যা শেষ হয়।

Religious Studies )

Religious Studies


*প্ৰেম জীৱনৰ বাবে-গোলাপ ফুলৰ উপায়-

যি ব্যক্তিৰ জীৱনত প্ৰেমৰ সমস্যা চলি আছে-তেন্তে-তেওঁলোকে শোৱা কোঠালিত-এটা কাচৰ পাত্ৰত পানী ভৰাই-সেই পানীত গোলাপৰ কিছু পাহি ৰাখিব লাগে।সেই পানী আৰু গোলাপৰ পাহি সদায়ে-সলনি কৰিব লাগে।প্ৰতিদিন এই উপায় কৰিলে-আপোনাৰ জীৱনৰ প্ৰেমৰ সমস্যা শেষ হব।


*আৰ্থিক সমস্যাৰ বাবে-কৰিব লাগে-এই উপায়-

আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পাবলৈও-গোৰাপ ফুল বহু প্ৰয়োজনীয়।বাস্তু অনুসৰি-সন্ধ্যা আৰতি কৰাৰ সময়ত-মা লক্ষ্মীৰ চৰণত গোলাপ ফুল অৰ্পণ কৰিব লাগে।প্ৰতিদিন এনে কৰিলে-আপুনি লাহে-লাহে আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পাব।ইয়াৰ বাহিৰেও শুক্ৰবাৰৰ দিনা-মা দূৰ্গাক পাঁচখিলা গোলাপৰ পাহি পান পাতত থৈ-অৰ্পিত কৰিব লাগে।এই উপায় কৰিলে-আপুনি শীঘ্ৰে ধনৰ লগত সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পাব।(সংগ্ৰহিত)।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages