আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 31, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

      Horoscope Today

 

১৬ জেঠ, বুধবাৰ ইং ৩১ মে' ২০২৩ ।( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ   হোৱাৰ যোগ দেখা যায়। 


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব, কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে সফলতা লাভ   হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ লাভ কৰিব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ হোৱাৰ  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  হাতলৈ ধন ধান আহিব, ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, কৰ্মত নতুনকৈ দ্বায়িত্ব লাভ কৰিব, লগতে আজি আপোনাৰ সামাজিক সন্মান লাভ কৰাৰ যোগ দেখা যায়। ( Horoscope Today )

Horoscope Today

  ৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, সম্পত্তি বাঢ়িব, যদিও আজি আপোনাৰ মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিহাৰ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দিনটো মধ্যম হ'ব, সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি সংগীত শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে আনৰ দ্বাৰা ক্ষতি  হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, উৎসৱ পাৰ্বনত নিজকে জড়িত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, সামাজিক সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ হঠাৎ ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব,কৰ্মৰ প্ৰতি এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনৰ পৰা অহংকাৰী মনোভাৱ প্ৰৰিহাৰ নকৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages