আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

     Horoscope Today

 

১৫ জেঠ, মঙ্গল বাৰ ইং ৩০ মে' ২০২৩ ।( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, কৰ্মক্ষেত্ৰত অধিক দ্বায়িত্ব ভাল কৰিব পাৰে, পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কনিষ্ঠ লগ বন্ধুৰ পৰা সুখ লাভ কৰিব, উৎসৱ পাৰ্বণত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ অৱনতি  হোৱাৰ যোগ দেখা যায়। 


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি অহংকাৰী মনোভাৱ প্ৰৰিহাৰ নকৰিলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব, লগতে আজি আপুনি সজাগ নহ'লে প্ৰেমৰ ক্ষেত্ৰত মনলৈ হতাশাৰ বা চিন্তাৰ ভাৱ অহাৰ যোগ দেখা যায়। ( Horoscope Today )

Horoscope Today

 ৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ মনটোত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়। 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ব্যৱসায়িক দিশত অধিক লাভালাভ হ'ব,  কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে খেতিয়ক সকলে সামান্য কষ্ট পাবলগীয়া  হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পূৰণ হ'ব, উকীল আৰু পুলিচ প্ৰশাসনৰ ব্যক্তি সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব, লগতে আজি আপোনাৰ কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব, সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত লাভালাভ  হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত দেহ মনত সামান্য কষ্ট কৰিবলগীয়া হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সন্মান হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages