আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 26, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

  Horoscope Today

 

১১ জেঠ, শুক্ৰবাৰ ইং ২৬ মে' ২০২৩।   ( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত  মনত সুখ শান্তি বাঢ়িব, নিজকে উৎসৱ পাৰ্বত জড়িত কৰি ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান  হোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে লগতে আজি আপুনি সজাগ নহ'লে বন্ধুৰ পৰা কৰ্মত সামান্য বাধা আহিব পাৰে।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, সামগ্ৰী লাভ কৰিব পাৰে যদিও আজি আপুনি মনত ভয় ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মবোৰ সামান্য জটিলতাৰ মাজেৰে সমাপ্ত হোৱাৰ   যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত পদোন্নতি লাভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ বাঢ়িব, শুভ কৰ্মত নিজকে জড়িত কৰি ৰাখিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে।  ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি খেলুৱৈ সকলৰ সুনাম বৃদ্ধি পোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, ভাল খৱৰ লাভ কৰিব পাৰে যদিও আজি আপোনাৰ মনটো অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।  


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মবোৰ সামান্য বাধাৰ মাজেৰে সমাপ্ত কৰিবলৈ সক্ষম হব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যস্ততাৰ মাজেৰে দিনটোত কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বুদ্ধি হ্ৰাস হ'ব পাৰে, লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ  পৰা সাৱধান হোৱাটো ভাল হ'ব।   


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্ম মৰ্য্যদা লাভ কৰিব, সাহিত্য সকলে সাহিত্য সেৱাত মনোনিবেশ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages