৯ জেঠ, বুধবাৰ ইং ২৪ মে' ২০২৩ । ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ঘৰত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব পাৰে, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী সকলে সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হব, সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা আহিব, কৰ্মত অধিক দ্বায়িত্ব বাঢ়িব পাৰে, পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশটো কষ্ট পাবলগীয়া হ'ব পাৰে।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপোনাৰ মনটো চিন্তিত কৰিব পৰা কৰ্মৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ আৰ্থিক দিশটো সফল হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।( Horoscope Today )
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
No comments:
Post a Comment