কেঞ্চাৰ ৰোগতকৈ ইয়াৰ চিকিৎসাৰ পৰা বেছি মানুহৰ মৃত্যু হয় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

কেঞ্চাৰ ৰোগতকৈ ইয়াৰ চিকিৎসাৰ পৰা বেছি মানুহৰ মৃত্যু হয় : Assamese Health Tips

 

Assamese Health Tips

কেঞ্চাৰ ভাৰতত অতি ক্ষীপ্ৰতাৰে বাঢ়ি আহিছে ।। প্ৰতি বছৰে ভাৰতত প্ৰায় 6 -7 লাখ মানুহৰ কেঞ্চাৰত মৃত্যু হয় । ( Assamese Health Tips )


2015 চনৰ হিচাব মতে প্ৰতিদিনে প্ৰায় 1300 জন মানুহ মৃত্যু মুখত পৰে ।।  


ভাৰতৰ ভিতৰত আটাইতকৈ বেছি উত্তৰ প্ৰদেশত কেঞ্চাৰ ৰোগ হয় । তাৰ পিছত মহাৰাষ্ট্ৰৰ ।

2014 চনত উত্তৰ প্ৰদেশত 1 লাখ 86 হাজাৰ জন মানুহ কেঞ্চাৰত আক্ৰান্ত হৈছিল । 


এই হিচাপত অসমত ইয়াৰ সংখ্যা বহুত কম । কিয়নো সেই একেই বছৰত অসমত পৰা 25500 জন মানুহৰ কেঞ্চাৰ হৈছিল । তথাপিও আমি পদে পদে সজাগ হৈ থাকিব লাগিব । 


কেঞ্চাৰ ৰোগতকৈ ইয়াৰ চিকিৎসাৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।। 


কেঞ্চাৰৰ ব্যৱহাৰ কৰা chemotherapy , radiotherapy , cobalt therapy আদিৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।। 


এইবোৰ treatment ব্যৱহাৰ কৰাৰ ফলত ৰোগীৰ প্ৰতিষেধক শক্তি একদম নোহোৱা হৈ পৰে । 

Assamese Health Tips


মানুহৰ  গোটেই গাৰ নোম , চুলি আদি সৰি নোহোৱা হৈ যায় , শৰীৰৰ প্ৰায়বোৰ খনিজ দ্ৰব্য ধ্বংস কৰি দিয়ে  । যাৰ ফলত ৰোগী তিল তিল কৈ মৃত্যুক আঁকোৱালি লব লগা হয় ।। ( Assamese Health Tips )

প্ৰতিটো chemo দিয়াৰ নামত বৃহৎ পৰিমাণৰ টকা খৰচ হয় । তথাপিও ভাল হোৱাৰ কোনো আশা  নাথাকে । 

কেঞ্চাৰৰ  First stage , বা second stage ৰ ৰোগী ভাল পাব পৰা বিধান আপোনাৰ ঘৰতে আছে ।

100 ml গৌ মূত্ৰ আৰ্ক , এক চামুচ হালধীৰ গুড়ি আৰু 1 চামুচ  পূৰ্ণনভা গুড়ি লৈ  মিহলাই লৈ উতলাই লওক ।  গৌমুত্ৰ সংগ্ৰহ কৰা গৰুটো বেমাৰী নাইবা গাভীন হব নালাগে । ৰাতিপুৱাৰ প্ৰথম গৌমুত্ৰ লব লাগে । কপাহী কাপোৰেৰে চেকী লৈ গৰম কৰিব লাগে । এই বিধানটো পেটৰ , গলৰ , খাদ্যনলীৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত বহুত ভাল কাম কৰে ।

এতিয়া এইখিনি এদিনৰ ঔষধ হল ।  এনেকৈ ৰোগীক ৬-১২ মাহ খুৱাব লাগিব ।।  যিসকলে গৌমুত্ৰ সেৱন কৰিব নিবিচাৰে , তেওঁলোকে Sanjeevan Life ৰ Amritanjali নিয়মীত আধা কাপ ৰাতিপুৱা গৰম কৰি সেৱন কৰিব পাৰে । এইটো sabah snake grass , কলা হালধি আৰু হালধিৰ ৰসেৰে বনোৱা হৈছে । বহুতে ইয়াৰ গুনাগুনৰ প্ৰমান ৰাজহুৱা কৰিছে ।

ৰাতিপুৱাৰ ভাগত খুৱালে সোনকালে কামত দিব । পূৰ্ণনভা গুড়ি বা ৰস আমাৰ বিধানৰ সামগ্ৰী বিক্ৰী কৰা   দোকানত পাব । ।।গুড়িৰ সলনি আধা কাপ ৰস মিহলাই ললেও হব ।

Assamese Health Tips


 নিয়মীত Aloevera ৰস সেৱন কৰি থাকিলে  কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি থাকে । 


Share কৰিব নাপাহৰিব ।।  


এটা কথা মনত ৰাখিব যে এবাৰ chemo  দিয়াৰ পিছত এই ঔষধত ঠিক হোৱাৰ সম্ভাৱনা কম হৈ যায় ।


Note : ওপৰৰ লিখনিটোত কেৱল ঘৰুৱা দিহা বা বিধানৰ কথা কোৱা হৈছে । উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ।

Assamese Health Tips )

       ✍️আচাৰ্য পংকজ পাঠক


No comments:

Post a Comment

Advertisement

Pages