কেঞ্চাৰ ভাৰতত অতি ক্ষীপ্ৰতাৰে বাঢ়ি আহিছে ।। প্ৰতি বছৰে ভাৰতত প্ৰায় 6 -7 লাখ মানুহৰ কেঞ্চাৰত মৃত্যু হয় । ( Assamese Health Tips )
2015 চনৰ হিচাব মতে প্ৰতিদিনে প্ৰায় 1300 জন মানুহ মৃত্যু মুখত পৰে ।।
ভাৰতৰ ভিতৰত আটাইতকৈ বেছি উত্তৰ প্ৰদেশত কেঞ্চাৰ ৰোগ হয় । তাৰ পিছত মহাৰাষ্ট্ৰৰ ।
2014 চনত উত্তৰ প্ৰদেশত 1 লাখ 86 হাজাৰ জন মানুহ কেঞ্চাৰত আক্ৰান্ত হৈছিল ।
এই হিচাপত অসমত ইয়াৰ সংখ্যা বহুত কম । কিয়নো সেই একেই বছৰত অসমত পৰা 25500 জন মানুহৰ কেঞ্চাৰ হৈছিল । তথাপিও আমি পদে পদে সজাগ হৈ থাকিব লাগিব ।
কেঞ্চাৰ ৰোগতকৈ ইয়াৰ চিকিৎসাৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।।
কেঞ্চাৰৰ ব্যৱহাৰ কৰা chemotherapy , radiotherapy , cobalt therapy আদিৰ পৰা বেছি মানুহৰ মৃত্যু হয় ।।
এইবোৰ treatment ব্যৱহাৰ কৰাৰ ফলত ৰোগীৰ প্ৰতিষেধক শক্তি একদম নোহোৱা হৈ পৰে ।
মানুহৰ গোটেই গাৰ নোম , চুলি আদি সৰি নোহোৱা হৈ যায় , শৰীৰৰ প্ৰায়বোৰ খনিজ দ্ৰব্য ধ্বংস কৰি দিয়ে । যাৰ ফলত ৰোগী তিল তিল কৈ মৃত্যুক আঁকোৱালি লব লগা হয় ।। ( Assamese Health Tips )
প্ৰতিটো chemo দিয়াৰ নামত বৃহৎ পৰিমাণৰ টকা খৰচ হয় । তথাপিও ভাল হোৱাৰ কোনো আশা নাথাকে ।
কেঞ্চাৰৰ First stage , বা second stage ৰ ৰোগী ভাল পাব পৰা বিধান আপোনাৰ ঘৰতে আছে ।
100 ml গৌ মূত্ৰ আৰ্ক , এক চামুচ হালধীৰ গুড়ি আৰু 1 চামুচ পূৰ্ণনভা গুড়ি লৈ মিহলাই লৈ উতলাই লওক । গৌমুত্ৰ সংগ্ৰহ কৰা গৰুটো বেমাৰী নাইবা গাভীন হব নালাগে । ৰাতিপুৱাৰ প্ৰথম গৌমুত্ৰ লব লাগে । কপাহী কাপোৰেৰে চেকী লৈ গৰম কৰিব লাগে । এই বিধানটো পেটৰ , গলৰ , খাদ্যনলীৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত বহুত ভাল কাম কৰে ।
এতিয়া এইখিনি এদিনৰ ঔষধ হল । এনেকৈ ৰোগীক ৬-১২ মাহ খুৱাব লাগিব ।। যিসকলে গৌমুত্ৰ সেৱন কৰিব নিবিচাৰে , তেওঁলোকে Sanjeevan Life ৰ Amritanjali নিয়মীত আধা কাপ ৰাতিপুৱা গৰম কৰি সেৱন কৰিব পাৰে । এইটো sabah snake grass , কলা হালধি আৰু হালধিৰ ৰসেৰে বনোৱা হৈছে । বহুতে ইয়াৰ গুনাগুনৰ প্ৰমান ৰাজহুৱা কৰিছে ।
ৰাতিপুৱাৰ ভাগত খুৱালে সোনকালে কামত দিব । পূৰ্ণনভা গুড়ি বা ৰস আমাৰ বিধানৰ সামগ্ৰী বিক্ৰী কৰা দোকানত পাব । ।।গুড়িৰ সলনি আধা কাপ ৰস মিহলাই ললেও হব ।
নিয়মীত Aloevera ৰস সেৱন কৰি থাকিলে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি থাকে ।
Share কৰিব নাপাহৰিব ।।
এটা কথা মনত ৰাখিব যে এবাৰ chemo দিয়াৰ পিছত এই ঔষধত ঠিক হোৱাৰ সম্ভাৱনা কম হৈ যায় ।
Note : ওপৰৰ লিখনিটোত কেৱল ঘৰুৱা দিহা বা বিধানৰ কথা কোৱা হৈছে । উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ।
( Assamese Health Tips )
✍️আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment