কিছুমান সপোনৰ ফলাফলে আমাক ভৱিষ্যৎৰ বাবে সৰ্তক কৰি দিয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

কিছুমান সপোনৰ ফলাফলে আমাক ভৱিষ্যৎৰ বাবে সৰ্তক কৰি দিয়ে : Assamese Fact

Assamese Fact


সপোন দেখা এটা সাধাৰণ কথা।আমি সকলোৱে টোপনিতে সঘনাই সপোন দেখিছো।যদি আপুনি সপোন বিশ্বাস কৰে-তেন্তে এই সপোনবোৰো নিজস্ব বেলেগ অৰ্থ আছে।( Assamese Fact )


বহু ধৰণৰ সপোন আৰু কিছুমান সপোনে আমাৰ অতীত আৰু বৰ্তমানৰ পৰিঘটনাবোৰলৈ আঙুলিয়াই দিয়ে।আনহাতে-এনে কিছুমান সপোন আছে যিয়ে-আমাক ভৱিষ্যৎৰ বাবে-সৰ্তক কৰি দিয়ে।বহু সময়ত সপোনত আমি নিজকে এনে কোনো কামত নিয়োজিত হোৱা দেখিবলৈ পাওঁ-যাৰ নিশ্চিতভাৱে কিছু অৰ্থ আছে।


*কেতিয়াবা আমি সপোনত নিজকে পৰি যোৱা দেখিবলৈ পাওঁ।আমি অনুভৱ কৰোঁ যে-আমি সঁচাকৈয়ে ওখ ঠাইৰ পৰা পৰিবলৈ ওলাইছো।বহুতে-নিজকে সপোনত নিজখে ওখ অট্ৰালিকাৰ পাহাৰৰ পৰা পৰি থকা দেখিছে।আচলতে-এনে সপোনৰ আঁৰত হয়তো ভৱিষ্যতে কিবা সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে।।


-জ্যোতীষ বিশেষজ্ঞৰ মতে-


*সপোনত উচ্চতাৰ পৰা পৰি যোৱাৰ অৰ্থ-

যি সপোনত আপুনি নিজকে উচ্চতাৰ পৰা দেখিছে-সেই সপোনত আপোনাৰ স্বাস্থ্যজনিত সমস্যা হব পাৰে।এনে যিকোনো সপোনৰ অৰ্থ হল-অদূৰ ভৱিষ্যতে আপুনি হয়তো কিবা ডাঙৰ দুৰ্যোগৰ সন্মুখীন হব লাগিব।অৰ্থনৈতিক ক্ষতিৰ লগতে-এনে সপোনেও স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।গতিকে এনে সপোনক ভাল বুলি গণ্য কৰা নহয়।( Assamese Fact )

Assamese Fact


সপোনত ছাদৰ পৰা পৰি যোৱাৰ অৰ্থ-

সপোন শাস্ত্ৰৰ মতে-যদি আপুনি সপোনত নিজকে-ছাদৰ পৰা পৰি থকা দেখিছে-তেন্তে-ইয়াৰ অৰ্থ হল-আগন্তুক সময়ত আপুনি শাৰীৰিক সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে।যেনে-গাঁঠিৰ বিষ বা গোৰোহাত অস্বস্থি হব পাৰে।


*সপোনত পিছলি পৰা আৰু পৰি যোৱাৰ অৰ্থ-

সপোন শাস্ত্ৰৰ মতে-যদি আপুনি সপোনত-নিজকে পিছলি থকা দেখিছে-তেন্তে-এনে সপোনৰ অৰ্থ হল-অদূৰ ভৱিষ্যতে আপোনাৰ চিনাকি বা আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হব পাৰে।ইয়াৰ বাবে-আপুনি সজাগ হব লাগিব।


*সপোনত ছাদৰ পৰা-শিশু এটা পৰি যোৱা দেখা-

সপোন শাস্ত্ৰৰ মতে-যদি আপুনি সপোনত-ছাদৰ পৰা শিশু এটা পৰা দেখা পায়-তেন্তে-ইয়াৰ অৰ্থ হল-আগন্তুক সময়ত আপুনি কিছুমান সৰু সৰু অমানিদায়ক শাৰীৰিক সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে।লগতে-ঘৰৰ আন সদস্যৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।


*উচ্চতাৰ পৰি যোৱাৰ ভয়-

এনে সপোনৰ অৰ্থ হৈছে-আপুনি আপোনাৰ ভৱিষ্যৎৰ পৰিকল্পনাক লৈ চিন্তিত আৰু সেইভোৰ কাৰ্য্যকৰী কৰিবলৈ ভয় কৰে।এনে-পৰিস্থিতিত বহুত আত্মবিশ্বাসৰ প্ৰয়োজন।

Assamese Fact

আকাশৰ পৰা তললৈ পৰি যোৱা-

আকাশৰ পৰা তললৈ পৰি যোৱাৰ সপোন দেখাটো-হয়তো-শেহতীয়াকৈ ভাগৰুৱা হোৱাৰ ইংগিত দিয়াৰ লগতে-ভৱিষ্যতে আপুনি দুৰ্ঘটনাৰ বলি হব পাৰে-বুলিও ইংগিত দিয়ে।সাধাৰণতে-এই ধৰণৰ সপোন মানসিক আৰু শাৰীৰিক ক্লান্তি বা উপ-স্বাস্থ্যৰ অৱস্থাৰ বাবে গঢ় লৈ উঠে।যদি এনেকুৱা কিবা সপোন দেখে-তেন্তে টোপনি সম্পূৰ্ণ হোৱা আৰু মানসিক উত্তেজনা নথকাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।


*ইয়াৰ বাহিৰেও আপুনি সপোনত আকাশৰ পৰা কিমান বেগেৰে পৰিছে-ই এক বেলেগ লক্ষণো হব পাৰে।কিয়নো-আকাশৰ পৰা দ্ৰুতগতিত পৰি থকা সপোনটোৱে ইংগিত দিয়ে-যে আপুনি সোনকালে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব।কেতিয়াবা এনেকুৱা হয় যে-আপুনি নিজকে- জোৰেৰে পৰি থকা দেখা পায়।কিন্তু এই সময়ছোৱাত আপুনি লগে-লগে সাৰ পায়-তেনে এনে সপোন এটাই দেখুৱাইছে যে-আপুনি সৰ্তক আৰু আপোনাৰ ওচৰ-চুবুৰীয়া মানুহক সোনকালে বিশ্বাস নকৰে-যদি আপোনাৰ এনেকুৱা সপোন আছে-তেন্তে ইয়াৰ ফলাফল জানি আপুনি আপোনাৰ ভৱিষ্যৎৰ কল্পনা কৰিব পাৰে।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages