চাউলৰে কৰা উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

চাউলৰে কৰা উপায় : Assamese Fact

Assamese Fact


জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ অনুসাৰে-দেখাত সৰু চাউলে ব্যক্তিৰ ভাগ্যক সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে।( Assamese Fact )


হিন্দু ধৰ্মত চাউলৰ বিশেষ মহত্ব আছে।মনা হয় যে-দেৱী-দেৱতাৰ পূজা চাউলৰ অবিহনে অসম্পূৰ্ণ হয়।সেইবাবে-চাউল অৰ্পণ কৰাটো প্ৰয়োজনীয়।চাউল-কেৱল ধাৰ্মিক কাৰ্য্যতে নহয়-জ্যোতিষ শাস্ত্ৰ অনুসাৰে-চাউলৰে কিছু উপায় কৰি-ব্যক্তিজনে সকলো ধৰণৰ কষ্টৰ পৰা মুক্তি পোৱা লগতে বাস্তু দোষৰ পৰাও মুক্তি পায়।


*চাউলৰে কৰা উপায়সমূহ-


*শিৱলিংগত এনেদৰে অৰ্পণ কৰিব লাগে-চাউল-


-জ্যোতিষ শাস্ত্ৰ অনুসাৰে-ভগৱান শিৱক জলাভিষেক কৰা মাত্ৰকে-তেওঁ প্ৰসন্ন হয় যায়।কিন্তু আপুনি বিচাৰিলে-এই উপায়ো কৰিব পাৰে।অলপ চাউল লৈ-শিৱলিংগৰ ওপৰত দিব লাগে।আৰু এখিলা বেলপাত লৈ-দন্দীৰ মুখ-নিজৰ ফালে কৰি-নিজৰ কামনা কয় চাউল অৰ্পণ কৰিব লাগে।ইয়াৰ পাছত-চন্দ্ৰ,মৌলীৰে ভগৱানৰ স্মৰণ কৰিব লাগে।ইয়াৰ পাছত-কলহেৰে জল অৰ্পণ কৰিব লাগে।আৰু অন্তত শিৱলিংগৰ পৰা জলক-মূৰত আৰু চকুত লগাই ঘৰলৈ আহিব লাগে।এনে কৰিলে ব্যক্তিৰ সকলো ইচ্ছা পূৰ্ণ হয় আৰু সুখ-সমৃদ্ধিৰ প্ৰাপ্তি হয়।( Assamese Fact )


 বাস্তু দোষৰ পৰা মুক্তি পাবলৈ-

ঘৰত বাস্তু দোষ থাকিলে-ঘৰৰ প্ৰতিজন সদস্যৰে উন্নতি,আৰ্থিক স্থিতিত কোনো ধৰণৰ সমস্যা আহি থাকে।এই সমস্যাৰ পৰা মুক্তি পাবলৈ-ঘৰৰ মুখ্য দুৱাৰত স্বাস্তিকৰ চিহ্ন বনাব লাগে।আৰু সদায়ে-চাউল আৰু জল অৰ্পণ কৰিব লাগে।এনে কৰিলে-ঘৰত সকাৰত্মক ওৰ্জাৰ প্ৰভাৱ বৃদ্ধি হব আৰু মা লক্ষ্মীৰ অসীম কৃপা প্ৰাপ্ত হব।


*ধন লাভৰ বাবে-

জ্যোতিষ শাস্ত্ৰ অনুসাৰে-শুক্ৰবাৰৰ দিনা-২১টা হালধীয়া চাউল লৈ-এখন ৰঙা ৰংৰ কাপোৰত বান্ধি-এই টোপোলা মা লক্ষ্মীক অৰ্পণ কৰি-বিধিবত ভাৱে পূজা কৰিব লাগে।তাৰপাছত এই টোপোলাক অলমাৰী বা নিজৰ পাৰ্চত ৰাখিব লাগে।এই উপায় কৰিলে-মা লক্ষ্মীৰ বিশেষ কৃপা প্ৰাপ্ত হব আৰু কেতিয়াও পইচাৰ অভাৱৰ সন্মুখীন হব নালাগে।(সংগ্ৰহিত)।Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages