তামৰ সূৰ্য্য লগোৱাৰ লাভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

তামৰ সূৰ্য্য লগোৱাৰ লাভ : Assamese Fact

Assamese Fact


বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ নকাৰত্মকতাক দূৰ কৰিবলৈ তামৰ সূৰ্য্য-বাস্তুৰ প্ৰমুখ উপায়ৰ ভিতৰত-এক মনা হয়।তামৰ প্লেটত সূৰ্য্যৰ আকৃতি নিৰ্মিত হৈ থাকে।যাক-তামৰ সূৰ্য্য কোৱা হয়।কোৱা হয় যে-যদি ঘৰত উচিত দিশত আৰু স্থানত তামৰ সূৰ্য্য লগোৱা হয়-তেতিয়া ঘৰৰ পৰা নকাৰত্মকতা দূৰ হয়।তামৰ সূৰ্য্য লগালে-ঘৰত সকাৰত্মকতাৰ প্ৰভাৱ বৃদ্ধি হয়।লগতে-এয়া জীৱনৰ উন্নতিৰ বাবেও-বহুত লাভজনক মনা হয়।।( Assamese Fact )


তামৰ সূৰ্য্য লগোৱাৰ লাভ-

তামৰ দ্বাৰা নিৰ্মিত সূৰ্য্য ঘৰত লগালে-এয়াই আপোনাৰ ঘৰত সকাৰত্মক ওৰ্জাৰ বৃদ্ধি কৰে।


*যদি আপুনি বাস্তুৰ নিয়ম অনুসৰি-তামৰ সূৰ্য্য ঘৰত বা অফিচত লগাই,তেতিয়া সকলো স্থানতে আপোনাৰ মান-সন্মান হব।


*তামৰ সূৰ্য্যই প্ৰভাৱশালী লোকৰ লগত আপোনাৰ সম্বন্ধ শক্তিশালী কৰিব।


*কোৱা হয় য়ে-সূৰ্য্যত আকৰ্ষনীয় ক্ষমতা প্ৰৱল হয়।তামৰ সূৰ্য্যক লগালে-প্ৰভাৱশালী ব্যক্তিত্বৰ লোক আপোনাৰ ফালে আকৰ্ষিত হব।


*ক্ৰিয়েটিব কাৰ্য্যৰ লগত জড়িত লোকসকলক তামৰ সূৰ্য্যই বিশেষ লাভ দিয়ে।ইয়াৰ দ্বাৰা ঘৰৰ সদস্য সকলৰ মাজত মধুৰ সম্বন্ধ থাকে।


*ব্যৱসায়ী,চৰকাৰি অধিকাৰী আৰু কলাত্মক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে-ঘৰত তামৰ সূৰ্য্য লগাব লাগে।


*ঘৰৰ কত লগাব লাগে-তামৰ সূৰ্য্য!( Assamese Fact )


যদি আপোনাৰ ঘৰৰ পূৰ্ৱ দিশৰ ফালে কোনো ৰাস্তা বা খিৰিকি নাই-তেতিয়া আপুনি পূৰ্ৱ দিশৰ দেৱালয়ত তামৰ সূৰ্য্য লগাব পাৰে।ইয়াৰ দ্বাৰা ঘৰৰ বাস্তু দোষ দূৰ হয়।তামৰ সূৰ্য্য লগালে-ঘৰত সুখ-সমৃদ্ধিৰ বাস হয়।


*যদি ঘৰৰ মুখ্য দুৱাৰ পূৰ্ৱ দিশৰ ফালে আছে-তেতিয়া দুৱাৰৰ বাহিৰৰ ফালে-তামৰ সূৰ্য্য লগাব লাগে।ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত ধন-সম্পদা আহিবলৈ ধৰে।তামৰ সূৰ্য্যক এনেদৰে লগাব লাগে যাতে-ঘৰত প্ৰৱেশ কৰাৰ সময়ত এয়া চকুত পৰে।


*ইয়াৰ বাহিৰে আপুনি অফিচতো তামৰ সূৰ্য্য লগাব পাৰে।অফিচৰ পূৰ্ৱ দিশৰ দেৱালয়ত-তামৰ সূৰ্য্য লগাতে জীৱনত উন্নতি হয়।


*নিজৰ জীৱনৰ উন্নতিৰ বাবে-লাভজনক-

বাস্তু শাস্ত্ৰ অনুসাৰে-যদি আপুনি সূৰ্য্যৰ কিৰণৰ সন্মুখত ৰব নোঁৱাৰে যদি-তেতিয়া আপুনি তামৰ সূৰ্য্যৰ পৰা পোৱা ওৰ্জা প্ৰাপ্ত কৰিব পাৰে।তামৰ সূৰ্য্যক আপুনি ঘৰত বা অফিচত লগাব পাৰে।ইয়াৰ পৰা পোৱা ওৰ্জাই আপোনাৰ জীৱনত আগ বাঢ়ি যোৱাত শুদ্ধ পথ দেখুৱাই।( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages