কণী খাই ভালপোৱা সকলে এই সমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

কণী খাই ভালপোৱা সকলে এই সমূহ জানি লওক : Assamese Fact

 

Assamese Fact


কণী স্বাস্থ্যৰ বাবে-অতি উপকাৰী।কিন্তু কণী সকলো মানুহৰ বাবে-উপকাৰী হোৱাটো প্ৰয়োজনীয় নহয়।স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে-একাংশ লোকৰ বাবে-কণী খোৱাটো ক্ষতিকাৰক হব পাৰে।।( Assamese Fact )


আচলতে কণী পুষ্টিকৰ উপাদানেৰে ভৰপূৰ।কণীত-প্ৰটিন,কেলচিয়াম, ফলিক-এচিড,এমিনো-এচিডআৰু ফছফৰাছ আদি প্ৰচুৰ পৰিমাণে-পোৱা যায়।যি শৰীৰৰ বাবে-অতি উপকাৰী।কণী খোৱাৰ ফলত-হাড় মজবুত কৰাৰ লগতে ৰোগ-প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।যিসকল সুস্থ আৰু যিসকলক প্ৰটিনৰ প্ৰয়োজন হয়-তেওঁলোকৰ বাবে কণী উপকাৰী।


*স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে-শৰীৰৰ বেছিভাগ কলেষ্টৰল লিভাৰৰ বাবেই-সৃষ্টি হয়।গতিকে-বহু বিশেষজ্ঞৰ মতে-উচ্চ চেচুৰেটেড ফেট থকা খাদ্য খালে-আমাৰ লিভাৰত কলেষ্টৰল অধিক হয়।কণীত কলেষ্টৰল আৰু চৰ্বি দুয়োটা থাকে।গতিকে-যদি আপুনি দৈনিক-১টা কণী খায়,তেন্তে ইয়াৰ কোনো ক্ষতি নহয়।কিন্তু-১টাতকৈ অধিক কণী খালে-আপোনাৰ স্বাস্থ্য বেয়া হব পাৰে।।

Assamese Fact


এই লোকসকলে কণী খাব নালাগে-।( Assamese Fact )


১/কণী অতিমাত্ৰা সেৱনৰ ফলত-শৰীৰৰ কলেষ্টৰলৰ মাত্ৰা বৃদ্ধি পায়।গতিকে-যিসকল লোকৰ কলেষ্টৰলৰ মাত্ৰা বেছি-তেওঁলোকে কণী খোৱাৰ পৰা দূৰত থাকিব লাগে।


২/বিশেষজ্ঞসকলৰ মতে-যদি কলেষ্টৰল ৰোগীয়ে-অধিক পৰিমাণে কণী সেৱন কৰে-তেন্তে-হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।সেইবাবে-এনে ৰোগীয়ে-কণীৰ পৰা দূৰত থাকক।


৩/যিসকল লোকে-কণী খোৱাৰ পাছত নিয়মীয়াকৈ বমি আৰু পেটৰ বিষ হয়, তেওঁলোকে কণী খোৱাৰ পৰা বিৰত থাকিব লাগে।


৪/সেইসকল লোকে-কণীৰ অত্যাধিক সেৱনৰ পৰা-বিৰত থাকিব লাগে-যিসকলৰ বৃক্কৰ সমস্যা  আছে।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages