১/লিচুত যথেষ্ট পটাছিয়াম আৰু ছডিয়াম থাকে।এইবাবেই-লিচু খালে-শিৰবোৰত তেজৰ সঞ্চালন সঠিক হয় আৰু ইয়াৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণ হৈ থাকে।।( Assamese Fact )
৬/লিচুত তাম থাকে।যাৰ ফলত-ই আপোনাৰ চুলি গজাত সহায় কৰে।আপুনি লিচুৰ ৰস খোৱাৰ উপৰিও-আপুনি আপোনাৰ চুলিত লিচুৰ ৰস প্ৰয়োগ কৰিব পাৰে।ইয়াৰ বাবে-আপুনি-২চামুচ লিচুৰ ৰস আৰু এলোভেৰা ৰস লৈ- ভালদৰে মিহলাই,চুলিত ভালদৰে মালিচ কৰি-লগাই ১৫মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।
৭/যিসকল লোকে-নিজৰ ছালৰ যত্ন লয়-তেওঁলোকৰ বাবে-লিচু অতি লাভবান ফল।কাৰণ-লিচুত ভিটামিন-চি অধিক পৰিমাণত পোৱা যায়।ই অন্তিওকচিদেন্তৰ লগত যুঁজ দিয়াত সহায় কৰে।যাৰ বাবে-আপোনাৰ ছালত কোনো ধৰণৰ দাগ নপৰে।
৮/প্ৰতিদিনে লিচু খালে আপোনাৰ-মেটাবলিজম শক্তিশালী কৰে।আপুনি খোৱা খাদ্য সমূহ শক্তিলৈ ৰূপান্তৰ কৰাত সহায় কৰে।লিচু খালে-কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ-Absorptionবেছি খৰতকীয়া কৰে বুলি ধৰা হয়।
৯)যিসকল লোকে অধিক মাত্ৰাত সুৰাপান কৰে বা যিসকল লোক-কুপোষণত ভোগে আৰু যিসকলে-অধিক পৰিমাণে-ঔষধ সেৱন কৰে-তেনে লোকৰ লিভাৰ অতি দুৰ্বল হৈ পৰে।তেনে-লোকে লিচু খাব লাগে-কাৰণ লিচুত হেপেটোপ্ৰতেক্টিভ এজেন্ট থাকে-যি লিভাৰৰ বাবে-উপকাৰী হয়।
( Assamese Fact )
No comments:
Post a Comment