এতিয়া লিচুৰ বতৰ,গতিকে জানো আহক লিচুৰ উপকাৰিতা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

এতিয়া লিচুৰ বতৰ,গতিকে জানো আহক লিচুৰ উপকাৰিতা : Assamese Fact

  

Assamese Fact


১/লিচুত যথেষ্ট পটাছিয়াম আৰু ছডিয়াম থাকে।এইবাবেই-লিচু খালে-শিৰবোৰত তেজৰ সঞ্চালন সঠিক হয় আৰু ইয়াৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণ হৈ থাকে।।( Assamese Fact )


২/ছালৰ দাগ আঁতৰ কৰাত লিচুৰ ৰস অতি কাৰ্য্যকৰী।মুখত-৫/৬টা লিচুৰ বাকলি গুচাই-মুখত লগাই ১৫মিনিটৰ বাবে-ৰাখি ধুই দিয়ক।সপ্তাহত কমেও-২দিন এনে কৰিলে-মুখৰ ছালৰ দাগ আঁতৰে।

৩/লিচুত ফাইটোকেমিকেল থাকে-যি-এন্টি-অক্সিডেন্ট হিচাপে কাম কৰে।এই ফাইটোকেমিকেলবোৰে চকুৰ ছানি প্ৰতিহিত কৰাত সহায় কৰে।

৪/ছানবাৰ্ণ ছালৰ-টেন আঁতৰ কৰাত লিচু ৰস অতি কাৰ্যকৰী।ভিটামিন ই কেপচুলৰ সৈতে-৪/৫টা লিচু পিহি মিহলি কৰি-মুখত আৰু ডিঙিত লগাব লাগে।৩০মিনিটৰ বাবে-ৰাখি ঠাণ্ডা পানীৰে ধুব লাগে।এনেদৰে-সপ্তাহত-২/৩দিন কৰিব লাগে।

৫/ছালৰ কোঁচ আঁতৰাবলৈ আপোনাৰ মুখত-আপোনাৰ মুখত লিচুৰ ৰস লগাই-১০মিনিটৰ বাবে ৰাখি ধুই দিয়ক।( Assamese Fact )
Assamese Fact


৬/লিচুত তাম থাকে।যাৰ ফলত-ই আপোনাৰ চুলি গজাত সহায় কৰে।আপুনি লিচুৰ ৰস খোৱাৰ উপৰিও-আপুনি আপোনাৰ চুলিত লিচুৰ ৰস প্ৰয়োগ কৰিব পাৰে।ইয়াৰ বাবে-আপুনি-২চামুচ লিচুৰ ৰস আৰু এলোভেৰা ৰস লৈ- ভালদৰে মিহলাই,চুলিত ভালদৰে মালিচ কৰি-লগাই ১৫মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।


৭/যিসকল লোকে-নিজৰ ছালৰ যত্ন লয়-তেওঁলোকৰ বাবে-লিচু অতি লাভবান ফল।কাৰণ-লিচুত ভিটামিন-চি অধিক পৰিমাণত পোৱা যায়।ই অন্তিওকচিদেন্তৰ লগত যুঁজ দিয়াত সহায় কৰে।যাৰ বাবে-আপোনাৰ ছালত কোনো ধৰণৰ দাগ নপৰে।


৮/প্ৰতিদিনে লিচু খালে আপোনাৰ-মেটাবলিজম শক্তিশালী কৰে।আপুনি খোৱা খাদ্য সমূহ শক্তিলৈ ৰূপান্তৰ কৰাত সহায় কৰে।লিচু খালে-কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ-Absorptionবেছি খৰতকীয়া কৰে বুলি ধৰা হয়।


৯)যিসকল লোকে অধিক মাত্ৰাত সুৰাপান কৰে বা যিসকল লোক-কুপোষণত ভোগে আৰু যিসকলে-অধিক পৰিমাণে-ঔষধ সেৱন কৰে-তেনে লোকৰ লিভাৰ অতি দুৰ্বল হৈ পৰে।তেনে-লোকে লিচু খাব লাগে-কাৰণ লিচুত হেপেটোপ্ৰতেক্টিভ এজেন্ট থাকে-যি লিভাৰৰ বাবে-উপকাৰী হয়।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages