এই সকল ব্যক্তিয়ে কল খাওতে সাৱধান হওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

এই সকল ব্যক্তিয়ে কল খাওতে সাৱধান হওক : Assamese Fact

Assamese Fact


বেছিভাগ মানুহে-খাবলৈ ভালপোৱা ফলৰ তালিকাত-কলৰ নাম আছে।কল এবিধ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য।যাৰ বাবে-ইয়াক সমগ্ৰ বিশ্বতে-বেছিকৈ ভালপোৱা আৰু খোৱা হয়।কলৰ স্বাস্থ্যকাৰী উপকাৰিতাৰ বিষয়ে-আমি সকলোৱে ভালদৰে জানো।কিন্তু কিছুমান ক্ষেত্ৰত কিছুলোকে কল খোৱাৰ ক্ষেত্ৰত সাৱনানতা অৱলম্বন কৰিব লাগে বা কল একেবাৰে পৰিহাৰ কৰিব লাগে।( Assamese Fact )


১/কলৰ পৰা এলাৰ্জী থকা লোক-

কলৰ পৰা এলাৰ্জী থকা লোকসকলে-কলৰ পৰা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে।কলৰ এলাৰ্জী বৰ বেছি নহয় যদিও-ইয়াৰ ফলত গুৰুত্বৰ লক্ষণ যেনে- উশাহ-নিশাহ লোৱাত কষ্ট,ফুলা,এনাফিলেক্সিছ আদি দেখা দিব পাৰে।


২/তেজত চেনিৰ পৰিমাণ-অধিক হলে-

কলত স্বাভাৱিকভাৱেই চেনিৰ পৰিমাণ বেছি।যাৰ বাবে-তেজত চেনিৰ পৰিমাণ বেছি বা ডায়বেটিছ ৰোগীয়ে কল সেৱন কৰিব নালাগে।যদি খাব বিচাৰে-তেন্তে-অতি পকা কলৰ পৰাও আঁতৰি থাকিব লাগে।যত চেনি বেছি থাকে।

Assamese Fact )


৩/বৃক্ক-

কলত পটাছিয়ামৰ পৰিমাণ বেছি।যিটো-বৃক্কৰ সমস্যা থকা লোকসকলৰ বাবে-ক্ষতিকাৰক।যিসকল শৰীৰৰ পৰা অতিৰিক্ত পটাছিয়াম বাহিৰ কৰিবলৈ অসুবিধা পায়।এনে-লোকে কল সেৱন কৰিব নালাগে।


৪/কোষ্ঠকাঠিন্য-

যিসকল লোকৰ প্ৰায়ে-পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ অভিযোগ থাকে-তেওঁলোকে কল খোৱাৰ পৰা বিৰত থাকিব লাগে।কলে-কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ পৰিৰ্ৱতে বৃদ্ধিৰ?কাম কৰিব পাৰে


৫/হাঁপানী-

হাঁপানী ৰোগীয়েও কল খাব নালাগে।কাৰণ-তেওঁলোকৰ সমস্যা আৰু বৃদ্ধি হব।যিসকল লোক-হাঁপানী ৰোগত আক্ৰান্ত-তেওঁলোকে ভুলটো কল সেৱন কৰিব নালাগে।( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages