গাখীৰে মুখমণ্ডল উজ্বল কৰা আৰু দাগ দূৰ কৰা কিটিপ : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

গাখীৰে মুখমণ্ডল উজ্বল কৰা আৰু দাগ দূৰ কৰা কিটিপ : Assamese Beauty Tips

  

Assamese Beauty Tips

কেচাঁ গাখীৰত লেক্টিক এচিড,কেলচিয়াম,ভিটামিন বি-১২,বি-৬,এ আৰু ডি২ আৰু প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে।এই পুষ্টিকৰ পদাৰ্থবোৰ ছালৰ বাবে-অত্যন্ত উপকাৰী-কাৰণ-ই ছালৰ কোষবোৰ পুনৰ উৎপাদন কৰাত সহায় কৰে।ছিদ্ৰবোৰ সংকুচিত কৰে।( Assamese Beauty Tips )


ছালখনক হাইড্ৰেট আৰু আদ্ৰতা প্ৰদান কৰে।কলাবোৰ মেৰামতি কৰে আৰু ছালৰ স্থিতিস্থাপকতা আৰু কলাজেনক প্ৰসাৰিত কৰে।ছালৰ বাবে-কেচাঁ গাখীৰৰ উপকাৰিতা আচৰিত।কেচাঁ গাখীৰৰ ফেচ-পেক ব্যৱহাৰ কৰিলে-ছালৰ বহুত উপকাৰ হয়।যৌৱন-দাগমুক্ত আৰু জিলিকি থকা-ছালৰ বাবে-এই আচৰিত ফেচ-পেকৰ ব্যৱহাৰ কৰক।

Assamese Beauty Tips

*কেচাঁ গাখীৰ-অলপ আটা বা মুলটানি মাটি-

এটা বাটিত কেচাঁ গাখীৰৰ লগত অলপ আটা বা মুলটানি মাটি মিহলাই লওক।উজ্বল ছালৰ বাবে-এই ফেচ-পেকটো সপ্তাহত তিনিবাৰকৈ ২০মিনিটৰ বাবে লগাব লাগে।( Assamese Beauty Tips )


কেচাঁ গাখীৰ,মৌ আৰু নেমুৰ ৰস-

মৌ আৰু নেমুৰ ৰসৰ সৈতে-মিহলি কৰা কেচাঁ গাখীৰ প্ৰাকৃতিক ব্লিচ হিচাপে কাম কৰে।১চামুচ মৌ আৰু নেমুৰ ৰসত-২চামুচ কেচাঁ গাখীৰ মিহলাই লওক।এই পেষ্টটো মীখ আৰু ডিঙিত লগাই-১৫মিনিট ৰাখি পানীৰে ধুই দিব।


*কেচাঁ গাখীৰ আৰু আলমণ্ড-

কেচাঁ গাখীৰত-কেইটামান আলমণ্ড ৰাতি তিয়াই ৰাখক।ৰাতিপুৱা পিহি-পেষ্ট বনাই মুখত আৰু ডাঙিত ২০ মিনিটৰ বাবে লগাওক।

Assamese Beauty Tips


*কেচাঁ গাখীৰ আৰু হালধী-

১চামুচ বিশুদ্ধ হালধী কেচাঁ গাখীৰত মিহলাই এই মিশ্ৰণটো মুখ আৰু ডিঙিত লগাব।ধুৱাৰ আগতে-২০মিনিট শুকাবলৈ দিব।


*কেচাঁ গাখীৰ আৰু এভেকেডো-

এক চতুৰ্থাংশ পকা এভোকেডোৰ লগত-১চামুচ কেচাঁ গাখীৰ মিহলাই লওক।মসৃণ পেষ্ট হোৱালৈকে-ভালদৰে মিহলাই-এই পেকটো-২০মিনিটৰ বাবে-মুখত আৰু ডিঙিত লগাব লাগে।(সংগ্ৰহিত)।( Assamese Beauty Tips )

No comments:

Post a Comment

Advertisement

Pages