জীৱনত উন্নতিৰ বাবে মংগলবাৰে কৰা উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 12, 2023

জীৱনত উন্নতিৰ বাবে মংগলবাৰে কৰা উপায় : Religious Studies

Religious Studies


*মান্যতা অনুসাৰে-যি ব্যক্তিয়ে ৰাম ভক্ত বীৰ হনুমানৰ বিধি-বিধানৰে পূজন কৰে-সেইজনাৰ জীৱনত কোনো ধৰণৰ কষ্টৰ সন্নুখীন হবলগীয়া নহয়।( Religious Studies )


*ধাৰ্মিক মান্যতা অনুসাৰে-মংগলবাৰৰ দিনটো ভগৱান হনুমানক সমৰ্পিত কৰা হয়।আৰু এইদিনা হনুমানৰ পূজা কৰা হয়।কিছুলোকে বীৰ হনুমানক প্ৰসন্ন কৰিবলৈ মংগলবাৰৰ দিনা উপবাস কৰে।লগতে-হনুমানৰ মন্দিৰলৈ গৈ দীপক জ্বলায়।হনুমানৰ আন এক নাম সংকটমোচন হয়।আৰু কোৱা হয় যে-যি ব্যক্তিৰ ওপৰত বজৰংগবলীৰ কৃপা থাকে-সেই ব্যক্তিৰ কেতিয়াও কোনো ধৰণৰ সংকটৰ সন্মুখীন হবলগীয়া নহয়।ইয়াৰ বাহিৰেও-জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে মংগলবাৰৰ দিনা ভুলটো কিছু সামগ্ৰী ক্ৰয় কৰিব নালাগে।এনে কৰিলে বীৰ হনুমান ৰুষ্ট হৈ পৰে।( Religious Studies )


*মংগলবাৰৰ দিনা ক্ৰয় কৰিব নালাগে-এই সমূহ সামগ্ৰী-


*লোহা-

জ্যোতিষ শাস্ত্ৰ অনুসাৰে-মংগলবাৰৰ দিনা ভুলটো লোহা ক্ৰয় কৰিব নালাগে।এনে কৰিলে-আপুনি আৰ্থিক সংকটৰ সন্মুখীন হবলগীয়া হয়।


*কাঁচ-

মংগলবাৰৰ দিনা কাঁচ বা কাঁচৰে বনোৱা সামগ্ৰীও ক্ৰয় কৰিব নালাগে।আৰু কাঁচৰ সামগ্ৰী মংগলবাৰৰ দিনা উপহাৰ স্বৰূপে দিব নালাগে।কাৰণ-এনে কৰিলে আপোনাৰ ধন হানি হব।


*ক'লা কাপোৰ-

মংগলবাৰৰ দিনা কমলা ৰং আৰু ৰঙা ৰংৰ কাপোৰ পিন্ধাটো শুভ মনা হয়।কোৱা হয়-মংগলবাৰৰ দিনা এই ৰংৰ কাপোৰ পিন্ধিলে-মংগল দোষ দূৰ হয়।কিন্তু মংগলবাৰৰ দিনা ক'লা কাপোৰ ক্ৰয় কৰাটো অশুভ হয়।


*নতুন ঘৰ-

নতুন ঘৰ ক্ৰয় কৰিবলৈ-মংগলবাৰৰ দিনটো শুভ মনা নহয়-কাৰণ-মংগলবাৰৰ দিনা ভূমিপুত্ৰ মংগলবাৰৰ পূজা কৰা হয়।সেইবাবে-এইদিনা খান্দিব নালাগে।আৰু মংগলবাৰৰ দিনা নতুন ঘৰ ক্ৰয় কৰাটো বা ভূমি পূজনৰ কাৰ্য্যৰ পৰা দূৰত থাকিব লাগে।ইয়াৰ বাবে-ঘৰলৈ নকাৰত্মকতা আহিব পাৰে।


*শৃংগাৰৰ সামগ্ৰী-

জ্যোতিষ শাস্ত্ৰ অনুসাৰে-মংগলবাৰৰ দিনা শৃংগাৰৰ লগত জড়িত সামগ্ৰীও ক্ৰয় কৰাটো অশুভ মনা হয়।কোৱা হয় যে-এনে কৰিলে-বৈবাহিক জীৱনত সমস্যা আহে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages