শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ দূৰ কৰক এনেদৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 6, 2023

শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ দূৰ কৰক এনেদৰে : Religious Studies

Religious Studies


*জীৱনত শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ আছে যদি-তেতিয়া বজৰংগ বাণৰ পাঠ আপোনাৰ বাবে-বহু লাভজনক হব। ( Religious Studies )


*ভগৱান হনুমান সমস্ত হিন্দু ধৰ্মৰ-সকলোৰে প্ৰিয় দেৱৰ মাজত এজন হয়।বিশেষকৰি-বজৰংগবলীক প্ৰিয়-পুৰুষৰ মাজত দেখা যায়।ইয়াৰ বাহিৰেও-পুৰুষকলৰ মাজত বজৰংগবলীৰ দৰে শক্তিৰ আস্থা দেখা যায়।বজৰংগবলীৰ বাবে-কোৱা হয় যে-তেওঁ সকলো ভক্তৰে-প্ৰাৰ্থনা শীঘ্ৰে শুনি লয় আৰু মনৰকামনা পূৰ্ণ কৰে।এই কথা সকলোৱে জানে যে-বজৰংগবলীক সংকটমোচন কোৱা হয়।ইয়াৰ আঁৰৰ সকলোতকৈ ডাঙৰ কথা হৈছে যে-ভক্তসকলৰ ডাঙৰ ডাঙৰ সমস্যা বজৰংগবলীয়ে-পলকতে দূৰ কৰি দিয়ে।


*বজৰংগবলীক সৰু সৰু উপায়েৰেও-সুখী কৰিব পাৰি।বজৰংগবলীক প্ৰসন্ন কৰাৰ এই উপায়ক-বজৰংগ বাণ কোৱা হয়।শাস্ত্ৰত কোৱা হৈছে যে-বজৰংগ বাণৰ পাঠ কৰিলে-ভক্তসকল ডাঙৰ ডাঙৰ সমস্যাৰ পৰা মুক্ত হয়।( Religious Studies )


-বজৰংগ বাণৰ কিছু বিশেষ উপায়-


*যদি আপোনাৰ বিবাহক লৈ কোনো ধৰণৰ সমস্যা আহিছে-তেন্তে-সপ্তাহৰ দুটা দিন মংগলবাৰে আৰু শনিবাৰে বজৰংগ বাণৰ পাঠ কৰিব লাগে।ইয়াৰ বাবে-আঁহত গছৰ তলত বহি-এই পাঠ কৰিব লাগে।ইয়াৰ দ্বাৰা শীঘ্ৰে লাভ পোৱা যায়।


*যদি আপোনাৰ জীৱনত শনি-ৰাহু-আৰু কেতুৰ প্ৰকোপ চলি আছে-তেতিয়া এনে সময়ত-বজৰংগবলীৰ পাঠ বহু লাভজন হয়।ইয়াৰ পৰা মুক্তিৰ বাবে-আপুনি প্ৰত্যেক দিনাই-৩বাৰ তিল তেলৰ বন্তি জ্বলাই-পাঠ কৰিব লাগে।


*আপোনাৰ ঘৰত দীৰ্ঘদিন ধৰি-কোনো লোক ৰোগত আছে-তেতিয়া তেনে-পৰিস্থিতিত বজৰংগ পাঠ কৰিলে বহু লাভজনক হয়।ইয়াৰ বাবে-পুৱা-গধূলী বজৰংগ পাঠ কৰিব লাগে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages