বহাগ মাহত ভগৱান বিষ্ণু আৰু মাতা এনেদৰে কৰক প্ৰসন্ন : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 12, 2023

বহাগ মাহত ভগৱান বিষ্ণু আৰু মাতা এনেদৰে কৰক প্ৰসন্ন : Religious Studies

 

Religious Studies

*বহাগ মাহত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ-বহু ধৰণৰ উপায় কৰা হয়।মাতা লক্ষ্মীৰ নাৰিকল বহুত প্ৰিয় হয়।আৰু নাৰিকলৰ কিছু উপায়েৰে-আৰ্থিক লাভ কৰায়।( Religious Studies )


*হিন্দী কেলেন্দাৰত বহাগ মাহৰ আৰম্ভণি-৭এপ্ৰিলৰ পৰা হৈছে।এই মাহত,গংগা স্নান,তপ,জপ,কৰাৰ বিশেষ মহত্ব আছে।বহাগ মাহক সকলো মাহতকৈ উত্তম মাহ মনা হয়।বহাগ মাহত-ভগৱান বিষ্ণু আৰু মাতা লক্ষীৰ পূজা-অৰ্চনা কৰা হয় আৰু ভিন্ন ভিন্ন উপায়েৰে তেওঁলোকক প্ৰসন্ন কৰা হয়।


*বহাগ মাহত নাৰিকলৰ কিছু উপায়ৰে-আপোনাক বিশেষ লাভ দিব পাৰে।হিন্দু ধৰ্মত কোনো শুভ কাৰ্য্যত বা পূজা-পাঠত নাৰিকলৰ ব্যৱহাৰ কৰা হয়।নাৰিকলক শ্ৰীফলো কোৱা হয়।


-নাৰিকলত ত্ৰিদেৱৰ বাস মনা হয়।নাৰিকলৰ ব্যৱহাৰ প্ৰতিটো মাংগলিক কাৰ্য্যত কৰা হয়।মাতা লক্ষ্মীৰ শ্ৰীফল বিশেষ ৰূপে প্ৰিয় হয়।নাৰিকলৰ লগত জড়িত-এই নিয়মে ধন-সম্বন্ধীয় সমস্যাক দূৰ কৰাত বহুত উপযোগী মনা হয়।


*যদি আপোনাৰ হাতত পইচা নাথাকে-তেতিয়া শুক্ৰবাৰৰ দিনা পুৱা স্নান আদি কৰি লাল বস্ত্ৰ ধাৰণ কৰি মাতা লক্ষ্মীৰ পূজা কৰিব লাগে।ইয়াৰ পাছত-তেওঁক জটা নাৰিকল,কমলৰ ফুল,বগা কাপোৰ,দৈ আৰু বগা মিঠাই অৰ্পণ কৰিব লাগে।( Religious Studies )


*নাৰিকলৰ দ্বাৰা কৰা উপায়ৰ দ্বাৰা ঘৰলৈ অহা নকাৰত্মক শক্তিকো দূৰ কৰিব পৰা যায়।ইয়াৰ বাবে-নাৰিকল এটাত কাজলৰ তিলক দি ঘৰৰ সকলো কোণলৈ লৈ যাব লাগে আৰু তাৰপাছত এই নাৰিকলটো নদীত প্ৰবাহিত কৰি দিব লাগে।এনে কৰিলে ঘৰৰ পৰা নকাৰত্মকতা দূৰ হয় আৰু ঘৰৰ সদস্যসকলৰ মাজত প্ৰেম ভাব বৃদ্ধি হয়।


*যদি কুণ্ডলীত ৰাহু-কেতুৰ দোষ আছে-তেন্তে সেয়াও নাৰিকলৰ উপায়ৰ দ্বাৰা দূৰ কৰিব পৰা যায়।ইয়াৰ বাবে-শনিবাৰৰ দিনা নাৰিকলৰ দুটা ভাগ কৰি-তাত চেনি ভৰাব লাগে।তাৰপাছত কোনো নিৰ্জন ঠাইলৈ গৈ-নাৰিকল দুফালক পুতি দিব লাগে।মনা হয় যে-যেতিয়াই এই নাৰিকলক মাটিত থকা কীট-পতংগই খায়-তেনেদৰে গ্ৰহ দোষ দূৰ হবলৈ আৰম্ভ কৰে।


*সম্ভৱ হলে-বহাগ মাহত নিজৰ ঘৰত নাৰিকল গছ ৰোপণ কৰিব লাগে।ইয়াৰ দ্বাৰা ঘৰৰ আৰ্থিক স্থিতিত লাহে লাহে সলনি হয়।আৰু  ঋণৰ পৰা মুক্তি পোৱা যায়।নাৰিকল উদ্ভিদক ঘৰৰ দক্ষিণ বা পশ্চিম দিশত ৰোপণ কৰিব লাগে।{সংগ্ৰহিত}

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages