বহাগ মাহৰ মহত্ব আৰু পূজা-বিধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 13, 2023

বহাগ মাহৰ মহত্ব আৰু পূজা-বিধি : Religious Studies

 

Religious Studies

*বহাগ মাহ হিন্দু ধৰ্মৰ অনুসাৰে,দ্বিতীয় মাহ হয়।বহাগ মাহত দান আৰু গংগা স্নান কৰিলে,ব্যক্তিৰ বিশেষ ফল প্ৰাপ্ত হয়।( Religious Studies )


বহাগ মাহক-মাধৱমাহ নামেৰেও জনা যায়।যাৰ অৰ্থ হৈছে-ভগৱান শ্ৰী কৃষ্ণৰ মাহ।এই মাহত ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়।ভগৱান বিষ্ণুৰ উপাসনাৰ দ্বাৰা ব্যক্তিৰ জীৱন সুখময় হয়।


*পঞ্জীকা অনুসৰি বহাগ মাহৰ আৰম্ভণি-পূৰ্ণিমাৰ হিচাপত ৭এপ্ৰিল আৰু সংক্ৰান্তিৰ হিচাপত-১৫এপ্ৰিলৰ পৰা আৰম্ভ মনা হয়।কাৰণ-চত মাহৰ সমাপন সংক্ৰান্তিৰ পাচৰ পৰা মনা হয়।হিন্দু পঞ্জীকা অনুসৰি-চত মাহৰ পূৰ্ণিমাৰ পাচৰে পৰা-বহাগ মাহৰ আৰম্ভ হয়,যি এইবৰ্ষৰ ৭ এপ্ৰিলৰ পৰা হৈছে।( Religious Studies )


*বহাগ মাহৰ মহত্ব-

-ধাৰ্মিক মান্যতা অনুসাৰে-বহাগ মাহত ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়।বহাগ মাহত-গংগা স্নান,দান আদি কৰা উত্তম মনা হয়।কোৱা হয় যে- বহাগ মাহত ব্যক্তিয়ে ভগৱান বিষ্ণুৰ পূজা-অৰ্চনা কৰিলে নিজৰ কষ্টসমূহৰ পৰা মুক্তি পায়।


*বহাগ মাহৰ পূজা-বিধি-


-বহাগ মাহত ভগৱান বিষ্ণুৰ পূজা সম্পূৰ্ণ বিধি-বিধানেৰে কৰিব লাগে।আৰু পূজা কৰাৰ সময়ত-ঔম মাধবায় নমাহঃ"মন্ত্ৰফাঁকি জাপ কৰিব লাগে।এই মন্ত্ৰ জাপ কৰিলে-ব্যক্তিৰ জীৱনলৈ সুখ-সমৃদ্ধি আহে।লগতে কাৰোবাৰ কামত বাধা আহিছে-তেন্তে এই মন্ত্ৰৰ জাপৰ দ্বাৰা সমস্যাসমূহ সমাপ্ত হয় আৰু জীৱনত উন্নতি হয়।ভগৱান বিষ্ণুৰ পূজা কৰাৰ সময়ত তুলসীৰ পাত আৰু পঞ্চামৃতৰ ব্যৱহাৰ কৰিব লাগে।লগতে-বহাগ মাহত গীতাৰ পাঠ কৰাব লাগে বা শুনিব লাগে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages