বুধবাৰৰ দিনা কৰা উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 12, 2023

বুধবাৰৰ দিনা কৰা উপায় : Religious Studies

 

Religious Studies

*বুধবাৰৰ দিনটো ভগৱান গণপতিৰ ওপৰত সমৰ্পিত হয়।এইদিনা ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰাৰ বিশেষ মহত্ব থাকে।হিন্দু ধৰ্মত কোনো শুভ কাম কৰাৰ আগে-প্ৰথমে শ্ৰী গণেশৰ পূজা কৰা হয়। ( Religious Studies )


ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।এনে মনা হয় যে-শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে সকলো সংকট দূৰ হয়।কোৱা হয় যে-বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-জীৱনত সুখ-সমৃদ্ধি বৃদ্ধি হয়।জ্যোতিষ শাস্ত্ৰত গণপত্তি বাপ্পাক প্ৰসন্ন কৰাৰ বহু উপায়ৰ কথা কোৱা হৈছে। জ্যোতিষ শাস্ত্ৰত বুধবাৰে-এই উপায় কৰিলে-শ্ৰী গণেশৰ বিশেষ কৃপা প্ৰাপ্ত হয় আৰু সকলো মপোৰকামনা পূৰ্ণ হয়।


*বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশৰ মন্দিৰলৈ গৈ-বাপ্পাক-সেন্দূৰ,ফুল,আৰু দুৱৰি বন অৰ্পণ কৰিব লাগে।

Religious Studies


*বুধবাৰৰ দিনা কোনো কামৰ বাবে-ঘৰৰ পৰা ওলাই গলে-কপাঁলত ৰঙা সেন্দূৰৰ তিলক লগাই ওলাই যাব লাগে।এনে কৰিলে-আপুনি কাৰ্য্যত সফলতা প্ৰাপ্তি কৰিব।( Religious Studies )


*বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশক দুৱৰি বন অৰ্পণ কৰিব লাগে আৰু মোদক বা লাদ্দুৰ ভোগ লগাব লাগে।এনে কৰিলে-গণপত্তি বাপ্পা প্ৰসন্ন হয় আৰু আপোনাৰ সকলো মনৰকামনা পূৰ্ণ কৰে।


*বুধবাৰৰ দানা সেউজীয়া ৰং ধাৰণ কৰাটো লাভজনক হয়।চেষ্টা কৰিব লাগে যে-বুধবাৰৰ দিনা সেউজীয়া ৰংৰ কাপোৰ পৰিধান কৰিব লাগে বা সেউজীয়া ৰুমাল এখন লগত ৰাখিব লাগে।


*বুধবাৰৰ দিনা কোনো মহত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা যোৱাৰ সময়ত-চফ খায় যাব লাগে।এনে কৰিলে-আপুনি কাৰ্য্যত সফলতা পাব।


*যদি ঘৰত পইচা নাথাকে আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে-তেতিয়া বুধবাৰৰ দিনা সেউজীয়া মগু দান কৰিব লাগে।ইয়াৰ বাহিৰেও-আধাকেজি সেউজীয়া মগু পানীত সিজাই-চেনি আৰু ঘীউ মিহলাই গৰুক খোৱাব লাগে।এনে কৰিলে আৰ্থিক বাধা দূৰ হয় আৰু ধন লাভ হয়।


*বুধবাৰৰ দিনা গৰুক সেউজীয়া ঘাঁহ খোৱালে দৰিদ্ৰতা দূৰ হয়।ইয়াৰ বাহিৰেও বছৰৰ বা মাহৰ কোনো এক বুধবাৰে নিজৰ সাধ্য অনুসৰি ঘাঁহ ক্ৰয় কৰি কোনো গো-শালত দান কৰিব লাগে।


*বুধবাৰৰ দিনা শ্ৰী গণেশক গুড় আৰু গৰুৰ শুদ্ধ ঘীউৰ ভোগ লগাব লাগে।এনে কৰিলে-মাতা লক্ষ্মী প্ৰসন্ন হয় আৰু জীৱনত সুখ-সমৃদ্ধি থাকে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages