আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 7, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

২৫ চ'ত, শুক্ৰ বাৰ ইং ৭ এপ্ৰিল ।   ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনেৰে পাৰ হ'ব, ঘৰলৈ আলহীৰ আগমন হ'ব, যদিও আজি আপোনাৰ কৰ্মবোৰ সামান্য জটিলতাৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখা যায়।  


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ কথা আলোচনা হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, বিদ্যাৰ্থী সকলৰ বিদ্যা আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ক্ষতি বা দ্ৰব্য হানি হব পাৰে লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ'লে ক্ষতি হব পাৰে। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য বাধা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ নহ'লে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত নতুনকৈ দ্বায়িত্ব বাঢ়িব, লগতে আজি আপোনাৰ পদোন্নতি লাভ হোৱাৰ যোগ দেখা যায় । 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনন্দ মনেৰে দিনটো পাৰ হ'ব, ঘৰলৈ আলহীৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সৰু-সুৰা বাধা আহিব পাৰে। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব, সন্তানৰ সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব, কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি চিন্তিত কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত সফলতা লাভ কৰিব, ভাল খৱৰ লাভ কৰিব, লগতে আজি আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সৰু-সুৰা বাধা আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages