আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 20, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

৬ ব'হাগ, বৃহস্পতি বাৰ ইং ২০ এপ্ৰিল ।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, লগতে আজি আপুনি ভাল খৱৰ লাভ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  আপোনাৰ ঘৰলৈ লগ বন্ধুৰ আগমন হ'ব পাৰে, যদিও আজি আপোনাৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত দক্ষতা বাঢ়িব, কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি নতুন ব্যৱসায়ত যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত   উত্তম ভোজন লাভ কৰিব, আৰ্থিক দিশটো সৱল হ'ব ,লগতে আজি আপোনাৰ আয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল ব্যক্তিয়ে খেলৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, হাতলৈ ধন ধান আহিব, লগতে আজি ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি  পোৱাৰ যোগ দেখা যায়।( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল ব্যক্তি সাহিত্য সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি মনটো সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লগতে আজি কৰ্মত আপোনাৰ মনটো বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাৱ পালে  লগতে আজি আপুনি ব্যৱসায়িক দিশত সকলো সময়তে সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  হাতলৈ ধন ধান আহিব, আৰ্থিক দিশটো সৱল হ'ব, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেয়ত আনন্দ বাঢ়িব, নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, যদিও আজি আপুনি বন্ধুৰ বান্ধৰ পৰা সকলো সময়তে সজাগ হোৱাটো ভাল হ'ব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে সন্তানৰ পৰা সুখ শান্তি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, বিদ্যাত শুভ হব লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages